পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ > পুৰণি অসম এই সিদ্ধান্ত পাই নববে খোচাল হৈ ৰটা বাহন দি পুৰ্বাৰ আগ বেগক পত্ৰ সন্দেশ দি একাদশ, চতুভুজৰ লগত পঠাই দিলে। পত্ৰ এই-স্বস্তি শ্ৰীযুত বড় নবাব ৬ স্বন্তৰ মহামিত্ৰ প্ৰচণ্ড প্ৰতাপে। লেখনং কাৰ্যঞ্চ আদৌ তোমাৰ আফিয়ত মঙ্গল, তামাম প্ৰত্যেক বোজ বোৰোজ দিলাদ বিচিৰায় খোৰ্মি চুদাস্ত ও আগে হামেনে পদৰ চৈয়দ পহলন, বুজবোগ ওমৰাও চেহাজানি পঞ্চ পদৰ পাটনাকে সহৰ আমদবুদ আপন আপুসম্বী উমও সকল সোহাৰ্দ অভিযুক্ত কড়ৰ সেকাল সাস্তেযুদ ও আগৰ আহলয় খাঁ নবাবৰ উক্ত কাল সেই প্ৰকাৰে প্ৰীতি কোমেহৰ হৰসাল সবুকো দস্তযুদ। ইদানী তোমাৰ আমাৰ মধ্যে পহন বো দক্ষ কেইসাৰ গহিকেৰ হে উকিল দামা দাত খুব খেলা সমাগম হুকুম ফৰমান দাৰখাহেদ। সেই আদিনদিগৰ মিয়াম সোমান প্ৰকাৰ মৰ্যাদা প্ৰেম। কুলিত কোদস্ত সূফেদ পঙ্কজ গো ব্যাগুণ পৰাপৰ পদ পৰস্পৰে সানুল খেচষঙ্গ পৰে মাৰা কাতাবাস খাহেদ ফিৰিস্তানি আজমে উকিল অগবেগ প্ৰীতি চাহাৰক তোমাৰ দৰবাৰ সম্প্ৰতি হুজু খাহে ফৰস্তাদ আপন উকিল সঙ্গ ওএক্ত সুচাৰ প্ৰাচীয় ওবৰ বিচাৰ অনেক আদমি আপনল চিয়ত ৰাখিয়া তোমাৰ প্ৰীতি পত্ৰ সত ও আমাৰে নিকট খানা খাহেদ আতুৰ্দফে হামভি ও উকিলকো জেলায় জন্ম পোচ নিঞ্জ। অধিক না কহে আপুনি সমস্তে জান। ইতি সন ১৫৮১, মাঘ মাস। সন্দেশ বানাত ৫ খান, বাপ্ত ১, সোনাৱলী কোমৰ বন্ধা ৪, লঙ্গ ৮, চিনি ২, চলা, লোন পাচ চলা তাৰ ২ মঠা। পাচে আমাৰ ৰাজাৰ শহুৰে আগগৈক তুলি পুনৰ্বাৰ পত্ৰ সন্দেস সহিতে মহমদ খাক পঠালে। পত্ৰ এই—শ্ৰীযুত, শ্বশুৰ বড় নবাব গোহাঞি জিউ পৰমা হাৰ্পিত চৰিত্ৰে। নিবেদন পূৰ্বক লেখং কাৰ্য্যঞ্চ এথা কুশল। তোমাৰ কুশল সদা সাবশেষ চাহি। পৰ তোমাৰ ফৰমান দিদ কৰিতে ও মন জানিলাম। হামাৰ অন্তৰণ পদস্ত বহুতে ৰাইদে ছোত্ৰ। অতএব পৰস্পৰ যেমন প্ৰত্যয় ব্যয়