পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যস্ত কৃন্দ ও আস্তে শ্ৰীযুত আশাম পা মাহাবকে আহাল দিন পুৰখাচ ফোন আকায় চিপ হুকুমকে বোক্ত আৰু শ্ৰীযুত ৰাজ্ঞা মন্ত্ৰী শশুৰ বড় নবাব এক বাগিও বৰ দুল আলামকে বায়ত বড়ুয়া ফুকন তামাম সাক্ষিয়ান ব্যষ দস্তণ বাজাকে শশুৰ বড় নবাবত ও বিৰেই কাৰ শিশু ইসকো হুকুম হোএ হল। আৰ তুমি বুলিচ ঢেকেৰি সে তোমাৰ আমাৰ মধ্যে আল্লাৰ দেই। খানা বিগাৰ কৰে। আমিতো দিন নাজান্তাহে। গ্ৰম ও বাৰ জবাব লেখিআচ। আমিতো আহাৰ নামে দানি আৰ তোমাৰ নিমিত্তে সন্দেস দোজন উকিলৰ হাত পাইছি; আনাইবা কৰ্ম মাফিক সঞ্জি নৈবেন ও আগে ৭০০ পয়া পঠাইছিল। সন্দেসিয়া গুণাগাৰি আনো পায়ন বকুচিয়া কিন্তু যদি এখন তোমাৰ কৰ্ম্ম হয় তবে গতাই পঠাবেন। কি কাৰ্য চিল তোমাৰ ও আমাৰ ৰুপয়া দুই না হয়। ৭০০ পয়া উপায়ন তাৰ বানাচিয়া লৈবেন। এখন অমিম উমৰাও কীৰ্ম্মা হলে বেটামি। মূল নবাব তাগায়াত আচা মহিমকে মলক্তিল বেদোও ৰাহচৰে আৰ তুমি ও একলাস বাতে আপন খাতিৰ জামা ৰাখিব। এই নস্ত সবজোখ তনহা দিদ দিল গিৰি চোৰ বাৰে এমও জবাবত তোমাৰ আমাৰ মধ্যে লোক জনে আজাৰ বন্ধ কচলা তাৰিখ না। জঐে সব তাজাৰ দুখ পিচৰ পাচ আবৰ দ এস নছিয়ত তামাম দিন কুৰি চাৰ সোদ। ইতি সন ১৫৮২ সন্দেস-ৰাৰত-৪, তাৰ ২ মঠা, লঙ্গ ৭ সেব, কমৰ বন্ধ ৭ চান্তাখাৰ লেখাৰ নকল। ভগনৰ ওপৰে সনাতন মাধব চৰশ চাখা উকিল জালান বা অনা। বড়ফুকনে বোলে উকিল হলে পত্ৰত লেখিব লাগিল। এই বুলি ওলোটাই পঠালে বিধাৰণ দেধি। তাত পাছে পানাৰ আজ্ঞায়ে খান খানা চাস্তাখাৰ ঠাই চুকি ঢকাত ৰাহি না লোয়া হৰাম। এই কটকি পঠালে আমাৰ ঠাই। পত্ৰে এই ন্তি সকল