পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি গণ- সুলীমঙ্গং সুবিচল সুতা, সুশ্বাসিতা স্ত্ৰী নৃপতিঃ সুষেবিতঃ। সুচিন্ত্য চোং সুৰিচাৰ্য যৎ কৃতং, সুদীৰ্ঘকালেপি নষাতি বিক্ৰিয়ং। আৰ লেখিয়াছ সেতৰফ দোস্ত দাম আন্দাস্তকে আদসে এমও সে হয়, প্ৰাচীনাভিমত পৃত জঙ্গলাভিগামি ভুবন মধ্য বিসদ কীৰ্ত্ত মিত্ৰ লাভ সৰ্বকাল সমুদ্ৰ তুল্য সমত্ব কি কাৰণ নাহিবেক। এযে তোমাৰ উচিত জবাব প্ৰত্যুত্তৰে সে হয়। আৰ মাতবব আদমিকো থেৰ ঘেৰ বস্তু হামেচ এমও যি লেখন ভেজিতেচ চাৰুত্ব সালাদ উকিল গতালত জবাব সহিত দীঘ সূত্ৰ এপ মিত্ৰ গাঢ় কিন্তু তুমি লেখিআ চিলাই চৰিপ খাঁ, ৰঘুৰাই উকিলকে যে বাত কহে খাতিৰ মে গিৰদ সব কুট। অজিঙ্ক সৰুপ দোনা আদমিকে আটক খান। বিগড় বস্তুই গোট তোমাৰ অবাৰৰ হকিকত নাহে। আৰ বিশেষ অতি পূৰ্ব দশিকুল সিন্ধ বড় কুচিগ্ৰামত মামো গোবিন্দেৰ বহিনি ৰাজা ৰঘু- দেৱে বিহাইলেক। তাঞি আপোন আয়ুস পৱান হৈল। তাৰ পাচা বাজা পৰী- কিতে মামোক দক্ষিণেৰ মোৰ্য্যত্ব কষিতেচে। সো'ও তোমাৰ মৰম। তাকি উস্কাৰ কৰিলেক। সেই কাল বলি নাৰায়ণ প্ৰমুক্ষে সবান্ধবে মহাৰাজাৰ সৰণাপন্ন হৈল। অনেক কালকে তোমাৰ সিঠাইক গেল। সেই সময় সনাগত কাৰ্য ১ হাতি কটা বকুচিচ লৈ কৰৈ বাড়ী পৰ্যন্ত মামোসে অধিকাৰ কৰে। প্ৰসাদে চয়নিয়া বান্তি ডয়া কটা আৰ দুবাৰ বাৰ সকলৰ মনুষ্য আনিত মধুনা বানৰ বেটাক বেতলাত থিত কৰি বাহিৰ বিলায়তত মামো আপুমি অনেক পাৎসাই লোক ধাইল কৰিলেক। তত্ৰাপি মামো দোসমল হৈ টকাৰ ৰবাৰৰ ঠাই পহুচিল বাই। সে কান্স পৃত পথ সৰিয়ত জটিল। তথাচ দেখে মামোক কিৰি