পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বামঙ্গ সৰিয়ত কোতেৰি ৰাত মেৰি নজিকি সে হল সুদামা বিয়মতখ। দো আদমিকে মিত্ৰ ক লৰাবৰ জেন ও ফেৰো দমেদ হানন্দ সেক্ত কো মিত্ৰ বড় নবাব, ফুকন গোহাঞি জিউকে দিল খোস হামভি কুনানি ও আবৰ উকিল তেমভি দৰবাৰকে খৰচ সমে পোৰতে তিৰে সাহেদ কৰ্দ। পাচে আমাৰ ২ উকিলে বদলে চাহে উত্তম বুলিচা, মিত্ৰ পক্ষ সাত কৰি শ্ৰেষ্ট। যিখানত হস্তে দিন দিন নবিন হৈতে আইসে সেৰুপ উভয় পক্ষে কৰ্তব্য সে হয়। পাচে নবাবে বেলে হাহ। উকীল হামভি কাৰ্দন্ত ও যেমন মিত্ৰকে। মেকুনদ পাচে এইৰুপে অনেকে কথাবাৰ্তা হৈ আমাৰ দুই কটকিক তাৰ কটকি সহিতে পঠালে। আমাৰো তুলি , সনাতন কামু সহিতে বিদায় দিলে। পত্ৰে স্বস্তি সকল গুন বাসি সম্পন্ন প্ৰাপ্ত প্ৰতাপ মা সদৃশ অঞ্জ যসেবৃন্দ সম্পাদিত মিত্ৰ মাৰ্গ গত সকল সঞ্জাত মন্ত্ৰণা বিচাৰ চাৰি মিত্ৰ মাৰ্গ সৰনাভিঘাম শ্ৰীযুত নবাব আলয়াৰ ৰা পৰম সুষ্ঠান চৰিতেষু। পৰত্য সালাদ পুৰ্বক শুভা সিঃ কাঞ্চ লেখৰ পৰং। আৰ তুমি লেখিয়াহু পূৰ্ব নবাব সকলৰ কেমত সৰিয়ত কোই যাদ চিতাপ আজ হমমদাৰি বুনদৰ দো তৰফকে ভালাই দৌলত আৰু কালিয়ৰি যুদ্ধ প্ৰচুৰ নিৰ্ময় মিত্ৰতা হেনেসে অবশ্য সাৰি ব্যাক অতি ৰেক গোট তোমাৰ চাৰুত্ব বেবহাৰে ফেৰ যোকোচ মাৰাতিৰ সমাচাৰ হকায়েদ সব ফহ মানি গেন্তু অপৰ বিশেষ সৌহাৰ্দ পত্ৰপত্ৰি গতায়ত যেৰুপ পূৰ্ব সমাচাৰ এক সৌগন্ধ বাৰ্তা অন্বেত চমবিদ কৰিছেন। অপৰ প্ৰীতি সঞ্চয়ন অন্যোন্যেৰ মিত্ৰাতি সাশ্ৰব্য দৰ্ষণ যোগ্যে সে তথৰুপ অভিলাষ বুজ গতি সে চাৰুত্বক সজাই হেন যি কহিয়া চিলাই এপ শুভ সমাচাৰ প্ৰহৰানীত সুদীৰ্ঘকালত বড় লোকৰ উৎকৰ কেলিত্ব লে হয়। বৈপৰিত কদাচি না হৈতেছে আৰ বিশে।