পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবাব কাভেলি নকৰিলেক। আৰ বিশেষত দক্ষিণ কোল অলি। উত্তৰ কোল বড় নদী এৰুপ হে তাঞিৰ আমাৰ পূৰ্বৰ নিৰ্মিত কৰিছেন। অজিজ্ঞাস গুপে যে এখন দৰঙ্গ মলুকৰ মধ্য ভেজ আসিতেসে সিঙ্গতি পহুছে। ই গোট তোমাৰ ফোন উচিত হয়। আৰ বাৰম্বাৰ যাতৃ বৈবাগি পৰ্যন্তে মিত্ৰ পথ হাজিৰেসে সাক্ষাত ৰুপ গগত কৰে। এখন যে পূৰ্ণব সত্য অনাপৰি অনাৰত হিসাব কৰে একাৰণ থাকিহে আম। এমত বুজ কৰিতে আচি। দোতৰফেৰ হাজিৰেসে সত্য আয়াত ভালাই এইৰুপ হৈতেসে। তোমাৰ আমাৰ সন্নিহিত অলোক বহে যদিচেৎ বহে কৌলি না কৰিহেল তবে কেন। যে হৈবাৰ নাচিল সেৰুপ হৈলে হেন বোল। অতএব পূৰে অবাধিত গণ্য পূৰ্ব নিবন্ধেসে হয়, আজিৰ না হয়। অপৰ বিশেষ তুমি লেখিআছ প্ৰত্যেক ন সতত গতায়াত ইখান তোমাৰ গৰিষ্ঠ ব্যবহাৰে সে হয়। পূৰ্বাপৰ পত্ৰাসাৰে দে উকিলৰ স্বাৰুপ কই। তথা হৈত আফিয়ত কটকি পত্ৰৰ দ্বাৰায়ে পূৰ্বতো নিম্নয় হৈতেছে। সেখান তুমি সমুচিত লেখিছা। কিন্তু পৰ্ষময় যোগ্য দ্ৰব্যে সে পৰ্শ সম্বন্ধত সুবৰ্ণতাক লভে। এতেকে পূৰ্ব সকলৰ নিবন্ধক অনুসৰি বিচাৰ পূৰ্ব্বক যোগ ব্যবহাৰক কিশক পূত না চলিব। তাহাত আমি নিঃসন্দেস ৰূপে আচি। আৰ বিশেষত গজিৰ চশু বিদ্যমানতা হৈতেও দণ্ডে সে জল পান কৰে। আৰ অধিক কি লেখিম। তত্ৰাপি যে উকিল মুখ সমাচাৰ পূৰ্বে অজিজ্ঞাস কৰিলেক। একাৰণ থাকিহে পত্ৰাৰ্থ গোপ। বাকী সমাচাৰ আমিও জ্ঞাপন কৰাইলে॥ আৰ যৎকিঞ্চিৎ বচন সঙ্কিত আমাঠেৰ উকিল সনাতন শুৰু কানু শৰ্ম্মা প্ৰমুক্ষ সঙ্গিত কৰিতে হাৰাগ ঝগৰা হাৰমান যাইবেক, বাকি না বহিবেক। আৰ তোমাৰ নিমিত্ত হাৰ্দ সন্দেশ বানাত ১ খান, ঢড় ৫ খান, পালেঙ্গ পাচ খান, কিৰ্মিজ ১ খান, হস্তিদন্ত ৬টা, কৰ্ণিয়া চামৰ