পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অল-খুৰ আগে কোবাই ভ কৰিলে। পাচে তেজবাতি কৰি মলি। তাৰ লগৰ সুৰা মানুহে বোলে গোপেশ্বৰ গোসাঞিক ভোটে সুবৰ্ণৰ টোপ দিচে। তোমালোকৰ কি হালি হল। আমাৰ নবাবৰ মাকৰ পহলনক চল কৰি মাৰি নি আৰ বঙ্গালো বেমাৰ খ্ৰী আবদুলাম খা আঙ্গাৰ খাঁ বিয়ামত খাঁ প্ৰমুঙ্গে ১০৭ টা পহলনে হাতী খেদিচিল, সুদ মাপ হলনে বিন্নামত খ দুয়ো আমাৰ দুয়াৰ পাৰৰে দণ্ড কৰি শসম ভায়েক সুনন্দৰ মুৰ ফালিলে। হিলেয়েৰ কোৰ মাৰি। এই কথা বড়ুয়ায়ে শুনি সোদ পোচ কৰি জগলুৰ হাতে বঙ্গালক দগু কবি সুদামকে বিয়ামত খাকে লোয়া লগাই থাল। সেই সময়ত বড়ুয়া এ চেটিয়া গোহা বঙ্গালৰ কটকি চৰিপ খাঁ, ৰঘুৰাই দুইকো পূৰ্ব ধাৰানে তুলিলে। ১৫৫৭ শক মাহ কাৰ্তিক তাৰিখ ১০ পচে দুই কটকি বোলে আমাৰ নবাব সাহাবে বিয়ামত খাঁ কে সুদামকে খুজি আহিছে। পাচে চেটিয়া গোহাঞে বোলে প্ৰিত পথত তাঞি আমি এক ঘৰ হৈ আছে। তত্ৰাপি যে তাঞি যেতিয়া যিখন কৰে আমি নাজানে। আমাৰ ঠাইত নবাবৰ মানুহ আছে হেন কিকপে জানিছে। তাঞ্চি চাকৰ হল পত্ৰত কিকাৰনে নে লেখিলে। আৰ বিশেষতঃ দখিণে অৰালি। উত্তবে বড়নদী এই হল কৰাৰে নিৰ্ণিত ক্ৰমেহে পৃতি পত্ৰ পক্ষত পূৰ্ববতসদন পথ হৈতেছে হেন লেখিচে, এতেকে পত্ৰত নে লেখিৰ কাৰণ কি। চৰিপ খ ঘুৰাই তহতে মিত্ৰ নবাব ঠাইত কহিবি যাই, যদি পত্ৰত তাঞিৰ চাকৰ মাচাৰ শখে তবে আমাৰ ঠাই আছে তাইৰ ঠাইতে আছে। পাচে দুই কটকিয়ে বোলে যি হুকুম কৰিচে, আমি মাথাত কৰি নি চাহেৱৰ ঠাইত পচাম ষিখান কৰে, দুইৰ লগত সনাতন কানু পত্ৰ সন্দেস দি ধানে বিদাই দিলে পত্ৰ এই ঃ-- “স্বস্তি সকল গুন বিভব শদিন্দু সদৃশ আমৎ মহামিত্ৰ বড় নবাব আলয়াৰ খা সুভাশয়ে। লেখৰ কাৰ্যঞ্চ আসে ইশানে কুলল পৰং