পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> পুৰণি অসম-বুৰী তোমাৰ কুশলায় মঙ্গলে নিৰন্তৰে চাহি। পৰেক লিখন পত্ৰ সমাচাৰ এই। আৰ এখন চৰিপ খাঁ ৰঘুৰাই দো জন হজুৰ নিশেষ কহিব হেন যি লেখিয়ালিলা সিতে সম্প্ৰতি দৰাৰ মধ্যে উকিল মুখ বক্ত সমাচাৰ প্ৰকৰ সাহলাদ আমৰা বহুত হইলাম। আৰ আমাৰ পৃত পূৰ্বক অদ্যাধিক হৈল হেন যি লেছি, এখৰ্ম্মে উভয়ান লুপ্ত ফাৰ চিয়াৰু কীৰ্ত্ত দৌলত আসমানকে পাস্ত কৰে। হেন যে গোট ভোমাৰ মিত্ৰৰ সম্বন্ধ কৌলিন্যে হয়, মিত্ৰ স্নেহ বিস্তাৰিত কী সদসোক সম্মত যশ ধৰ্ম প্ৰসাদ আমাৰ লোক প্ৰচুৰ প্ৰব্যক্ত হয়। আৰ মনে সুখেৰ কাৰণ, সুখ সমাচাৰ প্ৰাৰ লেখিচ। প্ৰনয় পৃত নিয়তবিসয় ভাব দিল গিৰ লেইন কৰিব হেন ভাল মন্দ যি প্ৰস্তুত দৈববাক্য সাক্ষাৎ সেৰূপ শুভাশুভ এৰূপ মিত্ৰাতি সন মাৰ্গেসে যুক্ত। এতকে তুমি আপোৰ খাতিৰ বিমৃষা হৈবাৰ হয়। সৰ্ববথা তাৰে বন্ধ ৰাখিবেক। হেন যি লিখিআচ, এ যে তোমাৰ অন্তহঁত নাসৌ গন্ধতা বেহাৰ। অতএব কন্দা এক সন্তুষ্ট সবকাম সৰিয়ত না কোলি ফিৰিবেক। আৰ অপৰ উকিল বিলম্ব না কৰিব হেন যি লিখিয়াচ যদি সৰ্ব পৃত সৌষ্টব্য ৰহে তবে কেন উকিল সৰিয়ত নহে। আৰু অধিক কি কহিম তুমি সবজান। বিচাৰ ভদ্ৰ। বাকী সমাচাৰ সনাতন ও শ্ৰীকানু কহিবেক। ইতি শক ১৫৫৭, মাঘ আথোন।-সন্দেশ কিঞ্জি ১, কতিপা ১, হন্তী দম্ভ ও, নড়া ২, কস্তুৰী ৩. জালুক ৬০ পাচে সি ঠাইতে এইৰূপে আমাৰ দুই কটকিক পূৰ্বৰ ধাৰানে আহলয়া ঐ নবাবে অভ্যন্তৰলৈ নি যোলে সনাতন কানু মিত্ৰ বড় নবাবে পৃত পথত কেমন এতবাৰ সম্বন্ধ নাহি কৰে। তাঞি যে চাকৰ সিটো আমাৰে চাকৰ। চৰিপ খা ও ঘু ৰাইয়ো কোচ সৰিয়তো বাত কহে কিচো আস্তে তুমিয়ে বড় নবাবে ও চেটিয়া শোহাই হকিকত কোত নামে ফহমদ সৰ্বকাল উকিলকো ৰাত সত্য