পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি-যুব পং সমালাৰ এই এখন আমাৰে সাত তোমাৰ সনাতন ও কামু শৰ্মা আসিতে দৰাৰ চৌৰিকে সাক্ষাৎ খড়েছে। আমি ও মেহৰত ভাপ সাদৰেক কৰিয়া তোমাৰ মাল্য লেখা বাৰ্তা দুজন উকিলেৰ ৰোখ চাৰে সুনিলাম। অতঃপৰ তাহা নে যে পূৰ্ক সলাহ ইফে অধিক হইলে ইসো আন্তে দেশ বিদেশৰ লোকে শুনিয়া এগংলা কমে। এ ধৰ্মে তোমাৰ আমাৰ ইস্তক বিচিৰ কীৰ্ত্ত দৌলত বাচ মানকে দণ্ডি কৰে। আৰ পূৰ্ব থোকুচ জুৱালি মাফিক তোমৰা অস্তসেত দুখ হৰিলেক, আমাৰ প্ৰণয় পৃত নিয়ত বিসয় ভাবে তোম সব দিল গি সামপ্ৰতনেই নকৰিবেক। দৈব গতি যে হৈৰাৰ আছিল হৈ আমাৰ কৰিবাৰ কি? আৰ ভাল মন্দ যে দিন যাৰ পেসা নিবৰ দৈৰ কাজে সুকাৰ্য, ইস্তাদ হোয়। সে মাফিকসমস্ত শুভাশুভ হৈয়া আজাৰ ৰাখে এতে তুমি আপন খাতিৰ বিচাৰ কৰিয়া যেৰূপ হৈবান, হয় সৰ্বথা তাকে জামা ৰাখিবেক। আৰ উকিল বিলম্বেও ভালই নয় ই বেকতত কাল। প্ৰত্যু ওৰ কুসলদি সমাচাৰ লেখিয়া আপন সন্তুষ্ট সৰ্ব কাম কাজ সবিয়ত ৰাখিবেক। আৰ অধিক হাভি কি কহিম। আমাৰ উকিল চৰিপ ৰ্থ ও খুদাই দোজন হুজুৰ হৰ সাল কহিবেক। ইতি সহৰ বজবৰ ১৫৫৭ মাস আনি তাৰিখ ৮ সনে বাণীত ২, জিন লগাম সহিত ঘোড়া ১, পালেঙ্গ পোচ ৫, সুলতানি চিট ৭, সোনাৱলী কোমৰ বন্ধা ৬ খান, কাচৰ ঝাড়ি ২, তাৰে বটা ২, মিশ্ৰি ২ সে, লঙ্গ ৩ মোন। সুগন্ধৱলা ১ সে, সফেদ কাষ্ঠ ৫ সেন, লোন ৫ মোণ-পাচে বড় বড়ুয়া চেটিয়া গোহঞে সমালোচন কৰি বোলে সিঙ্গৰিৰ গোপেশ্বৰ গোমাইৰ ঠাইত ভোটে সুবৰ্ণৰ শোসাইৰ ওপৰত টোপ দিছিল। আহৰয়াৰ খ নৰাবৰ বড় কন্দাৰি গুণা ও দি নাম বলালে গোসাঞি কো- মতিক নাজানি নামানি গোসাইৰ সুবৰ্ণৰ টুপি হিলৈৰ ফাক