পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ কাম কৰিলে। কামৰূপৰ ৰঘুমাৰ ৰাই বড়ুয়া তাকিদ ইষলামুক লেশিলে। গাঞ্জকাটা মেৰফেৰ মাৰে ওপৰ ভেজিয়া ইহাতে সব লোকেৰ মনকুৱ বেট। চায়া নবিস্ত ওগয়ৰ চিকনকে ভিত যে কোচ যি পৰ সৰ পৰিক্ষিত সমসেৰ চিলাৰ দন্ত গিযে কৰা হামেচ শিৰ কৰিয়া খাইবেক। এতেকে তোমাৰ মন মাফিক খুচি কৰিবেক এ যে ভালাই দৌলত এমত লেখা শুনিয়া ইসলাম খাঁ। নবাব মেচ বাজাকে ভেজিতেছে। আপোন আয় প্ৰয়াগ যায়। মেচ ৰাজ। দেহ এড়িলে ইসল। আস্তে সে কাল পয্যন্ত কামৰূপ ওপৰ পাৎসাৰ ইমান জামা গা হৈব হোতাচ,-- তুমিতে। পৃত পূৰ্বক আমাৰে আত্মীয় হৈ আছ, এখন তোমাৰ আমাৰ মিঞান ভাব নাহিৰহে, পাহাড় সঙকাশ অভ্যাস গম যেমন হবে তাহে কৰিবেক। আৰ অধিক কি কহিম অপৰ সমাচাৰ লেঙ্গা ও পোলেঙ্গা দো আদমি হাজিৰ হৰবত কহিবেক। ইতি সৰহ মৰম শক ১৫৫৫, আষাঢ় তাৰিখ ২, সন্দেস বানাত ২, চিট ৬, পালেঙ্গ পেচি ৪, কমৰ বন্ধ। ৬৩, জাইফল ২ মোন, লোন ৫, মোন। পাচে বড়ুয়া এ চেটিয়া গোহাইঞে লেঙ্গা পোললাঙ্গা’ দুই উকিলক ধাৰানে তুলি আমাৰ ২ কটকিক এই কথাৰে ৬ জনাবলৈ পঠালে। ৬ বোলে তহঁতে যি সিদ্ধান্ত কৰিলিঅকি শুনি বড় আনন্দ পাইছে। কটকি হলে ঢালিৰ সদৃশ হব লাগে। কথা আষাৰেহেতহঁতৰ চাউল কানি আৰু বিশেষতঃ সুয়গা যেন আপোনাক মাৰি সুবৰ্ণ সুদ্ধ কবে, তহঁতৰো আমাৰে। সেইৰূপ। বিদেশত যে আপনাৰ দেহকো নাচাই লোকৰ দৰবাৰত আপোন পক্ষ ৰাখি এই ৰূপ যে সিদ্ধান্ত কৰিচ এতেক বামুনি পুতেক হত, তহঁতত কৰি:না মোৰ কোন আচে, আৰু বেলে মোৰ পুথাও দিহিঙ্গিয়া ৰজায়ে যেতিয়া কচাৰি মাৰিলে, সেই সময়ত থোকা খুঙ ডাঙ, ঝপৰা দলৈ লালোয়। দলৈ, সিতল নেঘেৰি মাৰি এই চাৰিক টুৰ পাক বড় চেতিয়ায়ে ধৰি আনি বন্দিকৈ থৈছিল।