পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোল আমাৰ যে মানুহ দুমুহ টো ফুৰিব নোৱাৰে ইৰাজ্য সৰ্গ মহাৰাজাহে, কচাৰিএ কত পাইছে। এই কথা শুনি কচাৰি বজায়ে বোলে দিখৌ নদীৰ দখিন পাৰ পৰা মোৰহেমাটী বড় চেটিয়ায়ে কেনেকৈ মোৰ মানুহ ধৰি নিয়ে, তই বুলি কচাৰি ৰজাও লোক জন সহিতে যুদ্ধক মনে ধনসিৰি কাৰতে কোঠ দি থাকিল, সেই সময় ১৪৪৮ শকত দিহিঙ্গিয়া স্বৰ্গদেৱে খেদি গৈ প্ৰথমে শীতল নেঘেৰি মাৰিলে, তাৰ পৰা ধনসিৰি পাৰহৈ মৰাঙ্গি মাৰিলে। পাচে দেবাপি বেটা ডেসা কচাৰি বজায়ে যুগ্ধক নোৱাৰিহে ভশ্বলৈ যাওতে, হাবিত আমাৰ লোকে পাই খুচি মাৰিলে। গৰম কুঞৰিকে কোঞৰ অটিকে পাই ত জোগালনি। সুন্দৰ কুঞৰি দেখি মোহিত হৈ নগৰলৈ মেজায় দেখি, ফ্ৰাচেং মুন বড় গগাহাঞি, কাঞ্চঙ বড় পাত্ৰগোহাঞি প্ৰমুখ্যে সকলে আলচি, কচেঞ্জ পাত্ৰ বলিয়া ইল বুলি বাহৰৰ চাৰিও মেৰে জুই দেখি। ৰজা ওলাই দোলাহ উঠিল। দুলিয়াক টিপ দি থৈছিল। নাওত তুলি ধন সিৰি পাৰ হৈ টৰ পাক বড় চেটিয়াক মৰঙ্গিত থৈ চকি বহাই গড় গাওলৈ গল। কতদিন অন্তৰে চাৰিয়ে বড় চেটিয়াৰ ঠাইলৈ আহি বোল আমাৰ ৰজাৰ শতি নাই অজৎ হল। কোঞৰটি দি আমাক থাপক। ও শুনি গোহাই বোৰ সহিতে আলচি কোঞৰু বিবাহ কৰাই কেকোৰা দোলাদি ৰাঙ্গা পাতি নিৰ্ভয় নাৰাণ নাম দি পঠালে। সেই কথাতেহে আমাৰ থাপিত সাধিত যাৰ চাই বেটিৰ পোহেন বোলে। এই কথাতে থাকি নিৰ্ভয় নাৰাণেও মহাৰাজা লৈ দুই ঘোড়, মোলৈ ২ ঘোড়, বুঢ়া শোহাই লৈ ২ ঘোড়া, বড় চেটিয়া লৈ ১ ঘোড়া, খাটনিয়াৰ ২০ মানুহ দি নিঃসংসয় হৈ থাকিল। আৰু আগে চুটিয়া অজাক চন্দ্ৰগিৰি পৰ্বতৰ পৰা ধৰি আনি বড় সন্দিকৈয়ে মাৰিলে। ফ্ৰাচেং মুন বড় গোহাঞি আমি সদিয়াত থাকি বড় মনে নাহে। দিহিঙ্গিয়া ৰজা উপাই কৰি বুৰ গোহাইৰ হাতে নাৱত তুলি আনি ভাগি গৈচিল।