পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ পুৰণি অসম-বুবলী বাবোম। খাটনিয়ো হব এই বুলিহে আমিছে। আহলয়াৰ খয়ে নিয়া পত্ৰ এই, তাৰ দুই কটকিয়ে অনা: স্বস্তি নিখিল কৈলানথাম গঙ্গাজল পম পবিত্ৰ শোৰাশি বিজিত শ্ৰীযুত বড় বড়ুয়া গোহাঞি উপকাণি চৰিতে, সৌহপূৰ্বক লেখনং কাঞ্চ আছে সেখানে কুসল সতমঙ্গল। তোমাৰে সদাকাল হক বা চিতে হে ও অপৰ তোমাৰ আলী হে খুব খবৰ নাথে স্তনজামি মাল হোহ পৰং এতিবেৰ দোএক মহিন দোস্তকে বড় তোমাৰ পত্ৰ মনুষ তাফিদ হামাৰ হাল হামেচা হয়োবা। আৰ যে বেগ খোদায়কে হাভিসকো দেতাসে মাফিক হামাতি োন্তি ৰাখতা হে ও এখন আমাৰ এত বাৰি চৰিপ খাঁ ও বাই বন্ধ ঘুৰাই দোজম আদমি চিতাপ বিদায় কৰকে তোমাকো সাত ভেজিতে শুহে সুমামাদি দোহান যেদিন কৰে গোন্তকে বহে। মনিয়াকে ভিতৰ ক্তিকে নাবিনেহ, এমন প্ৰকাৰ হৈলেক সহি মলুকে ৰায়তে অন্য যে কোচ দিগিৰ ৰূপ দিয়ক হৈত বন্দগিয়া বহিতেছ, সেও গয়ন্স তোমাৰ একনা দোস্তমে হাক সে গোব্ৰাহ্মণ দেল। চৈয়দ কে গোৰ ভোঙ্গ কাহাকে যে দুয়াৰ চৌকিদাৰ এঙ্গে এমত নাহি কৰে। যে তোমাৰ ছিল মহমদ ও নন্দধাম সহ সহিত ২৩ আদমি ভোট খদি খেদ মতেত আপন মন্দিৰ হৈতে কেমন পাহাড়কে সাত ভোট গো াৰ কেতিৰেব কেমন প্ৰকাৰ বেহুমত সাহ ভোট গাৰ কি জিউ ৰাখে। এ যে সব কুতবাত, আৰ বড় লোকে একলাস দোস্ত পৃত এমত জানা যায় এখন অধিক কি কহে আপন অনুসকে বিচাষ চাহি এপ্ৰিত কে দাম দিন লগে তাহে। ইতি সৰহ সাল ১৫৫৫, মাস কাৰ্তিক তাৰিখত। সন্দেশ বানাত ২ খান, পাল- পোচ ১২, বাপ্তা ৭, কৃষ্ণসাৰ ২, সোনে মলম কাচৰ চিনিৰ বাসন ৮, টাৰি ২, দগদগি ৩, সোণশমুঠি বানাতৰ ফাকেৰে তৰোৱাল ১ খান, আলয়াৰ যাৰ এই বাঙ্গালৰ কটকিক ধাৰাশৰূপে কলিয়াবড়ত চেটিয়া গোঁহাই থৈ কানুক লগত দি সনাতনক পঠাই ৬ জনালে।