পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>88 আমাৰ উকি সনাতন আৰু লিকানু পৰ্ম্মা প্ৰমুখো মন্তে জানিযে। ইতি। শক ১৫৫৪, তোৰ অৰ্থে হকি দন্ত , কলিয়া চামৰ ৪, গন্ধ, ১২, মৰিচ ৩০ সে, খড়গ ১, সোমালি ভাবেৰে কটাৰি ২, মহৰি ১০, জলগা ১, ফিজ ২, কতিপা ২, ঢকাপৰ ১০-পূৰ্ব নিয়মে তামাৰ দুই কটকি আহলা খয়ে ৪ দিনৰ অন্তৰ তাৰ অভ্যস্ত লৈ নি কথাবৰ্তা হৈ থাকে। একদিন কথা হওতে নবাব বোলে উদয় গিৰি ভ সমান কোন আছে। আমাৰ সাতে সেকমোনায়ে কৈইে সেই গান হতে আমি জানি আচো যে স্বৰ্গৰজা সে খোদায়ক জাত আমাৰ যে দিল্লীৰ সেখোদমকে সাক্ষাৎকাপ। আমাৰ দুই কটাকিয়ে বোলে খুব মালুম কহে; যে উদয়গিৰি পাসা তাইক ঈশ্বৰ কহে। যাক দিল্লীশ্বৰ কহে তাঞিক ঈশ্বৰ বিভূতি বোলে। পাচে বাবে বোলে কেমন নজিক জুত বাট কহ; দিল্লীশ্ব সাহেব তাই সৰকাৰ পীড় পীড় পাসকে নাম হোতা হে, যাক উদয়গিশি স্বৰ্গ মহাৰাজা বুলি তাতে। সৰ্বকালে স্বৰ্গ মহাৰাজা নাম হে প্ৰসিদ্ধ কহে। পাচে আমাৰ কটকিএ বোলে আমিতো জুত না ফুল নাহি ফহোপূৰ্বে যুধিষ্ঠিৰ প্ৰভৃতি ৰাজা সকল হৈ গৈছে, সেই সকলও দিল্লীশ্বৰ ৰাজা নাম হে লৈ গৈছে। তুমি যে দিল্লী পাস। বুলিকহ পাস নাম তো সাতিক নহে। এতে চাহে বে যি বুলিছ তাতে আপোন খাতিৰেত বিচাৰ কৰি লেহে জানি। অবিচাৰ পূৰ্বকে নেকি কোনো কথা জানি। এইৰূপ হৈ নৰাবে খোচাল পায় বটা বাহন দি পত্ৰ সন্দেশ সহিতে চৰিপ খ্ৰী ৰঘুৰাই দুই উকিলক পুনৰ্বাৰ পঠাই দিলে। সেই সময়ত ভেলাই পুতেকে নবাবক বোলে ৮ ত নাই হাতী দিম। এই বুলি কচি গুটিয়া দুই ধাৰ মুক্তা আনিলে। ধাৰত ৫ পাচ বুড়িকৈ আচিল। ভেলাৰ পুতেকক খং কৰি ছালৰ খেদিচে। দুয়াৰ বাৰৰ গুচাইছে। এই মুক্তা দিলে দুয়াৰ