পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>86 পশি জলম-মুৰ সেই সময় ও জামিৰ গুড়ি বাহৰু আছিল। বড়মাও মহাৰজাৰ লগত আহিল। একদিন দীঘলি ৰিলৰ মা মাৰিবলৈ যাওতে নাও দেখি কাপোৰৰ বাও দি মাতিৰ দিলে। ৩ দেৱবোলে বামুণি পুতেক নাও যেন দেখো। জেঠেৰি আমাৰ নাওৰব নে বড়ুয়াও নাও ৰাখি কাপোৰ বাদি মাতিৰ দিলে। পাচে কটকিৰ নাও নাওৰ ওচৰ পালেহি। বোলে নাওতে ধৰক। নাও বৈচাও নাওতে ধৰি কুৰি সোমাই আছিল। কটাকিয়ে ক নাওতে উঠি কথাবাৰ্তা বলে। দেৱ ক শুনি আনন্দ হৈ নাও লৈ চাই পুৰণি বৈচা নেদেখি ভাবা খুলি খংকৰি বোলে মেঠেৰি কৰি নাওৰ মানুহ সকলকে নিত বাজি পেলা। দেখি যাও মাতিব নোৱাৰি সকলকো বান্ধি পানিত পেলাৰ লৈ মন কৰিলে। এনেতে সনাতন কটাকিয়ে গলত কাপোৰ বান্ধি বোন মই বন্দিকে হে কাটিব লাগে। # দেএ বি মহকিনা সয়েক মানুহ বন্দিৰ লগত দিচ্ছে। অদ্যাপি সেই মানুহে হে আছে। ভিন্ন মানুহ লৰা লুৰিৰ মুখ চাবৰ নিমিত্তে কানি কাপোৰ ধান ধুবলৈ আমি বন্দি হতে হে পাঠাইছে। মহকিনা গাওৰ ওচৰতে তাৰে ভাই ভটিজা সলনি হে বন্দি হঁতৰ লগত আছে হি। ইহতক কাটিলে মাৰিলে কোলো বা ৰাখিব নেকি? একোটি মহ কুড়ি বছৰে হে হয়। একোটা মানুহ একোখন পৰ্বত। ভাঙ্গৰ শত্ৰু সমীপতে আছে। না কাটি না মাৰি ৰাখিলে এক চকুত মেলিবলৈ পাব। কাটিলে মাৰিলে ৮ ৰহে টুটে। এইৰূপে অনেক দেখাই মাতিলত। » বোঙ্গে বামুনি পুতেক ভাল হে কলি। কাটিলে মাৰিলে মোৰ হে টুটে। ৰাখিলো যে আৰ আপাহকোনো ঠাইত পাব লৈ আচে। এই বুলি ৬ ও গড় গাও লৈ গল। কটকিকো নাওতে তুলি ললে। পায়ে, সনাত কটকিয়ে এ চাঙ্গ প্ৰস্তাব পাই কলে। বেলে স্বৰ্গদেৱৰ নো ফি বস্তুয়ে নালি। ভেলাইৰ পুতেকে যে ত এমাই নবাবৰ ঠই