পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

09 মণিমূল সুমিয়া পৰম সন্তোষ হৈলো। আৰ তুমি বুলি আছ উত্তৰে বড় নদী দশি অসুলি এমও বন্ধ নিবন্ধানুক্ৰমে হদ কৰা হলে। উভয়পক্ষে ৰা যায়। সে ধৰ্ম্মে তোমাৰ আমাৰ যশ প্ৰতিষ্ঠা দিন দিন অত্যন্তা- ৰূপে বাচিতে যাই। খালি না হৈবে। এমত যে সুপাচি লেখিচ। এ গোট উত্তম কৰিচ। কিন্তু বড় মনুষ্যৰ পৃত কড়ি কদাচিৎ নাফিৰে; সেই জেমন উত্তৰেৰে ৰক্ষা পাই তাক কৰিব। আব তুমি যি বুলিচ দশ পাঞ্চ ৰোজত উকিল পইচাইব, সেই বচনত থাকি আমৰা চাঙ্গত ৪ চৰণত সম্বুজাই কইলো। ও যেমও কথা হৈল তাক তোমাৰ উকিল সমস্তু কহিবেক। পূবাপৰেও নবাব সকলেৰে গুয়াহাটিত থাকি কথাবাৰ্তা অনেক হোয় পৰং অস্থাপি সেখানৰ কাৰ্য কাম ভাৰ তোমাৰ ওপৰ। ইঠাই আমাৰ ওপৰ; অতএব তোমাৰ মনে থেম ও ভাল প্ৰাতিভাসে তবে প্ৰত্যুত্তৰ তৎকালে লেখিবা। এমত হৈলে তোমাৰ আমাৰ সৈতৃ বিকল নাহিৰেক। আৰ বাকি সমাচাৰ সনাতন কানু এমৰাৰ মুখে ক্ষত হৈব॥ কিমথিকং বিজ্ঞাৰেষু? আৰ তোমাৰ অৰ্থে সন্দেশ, হাতি দাত ১৪, গান্ধ ২৭, কলিয়া চামৰ ২০, মৰিচ ৬০ সে। খড়গ দুই, সোনেৰে মন আকা; কটাৰি ২ খান। ইতি সন ১৫৫১, আহ জ্যেষ্ঠ, তেৰিখ ১২।” সেই বেলা সেক্ মেদ কটকি এ আহায়াৰ ৰ আগত বোলে ৬ বাজা নহয় সাক্ষাৎ মহাদেব। মমাই তামুলি বড় বড়ুয়া মহাদেৱ। মশাই তামুলি বড় বড়য়া নহই সাক্ষাত নন্দী। যি থানত থাকে সেথান কৈলাস; দুই জুন থাকে মানে কেনে সাহ কৰিবেক। আহলয়াৰ খাএ বোলে যি কহিছ সকলে সত্য; কৰ্মানুসাৰে দুইবো এক উক্ত জন্ম। ৮ তাৰ উকিক পায়ালি জা। শোনাপি পটি সহিতে বঁটা দিলে; দুইক ৪০ আলো বস্তু অনেক দিল। সমস্তু সুমি না থোচাল হল। ইয়াৰ