পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগে যি সময় বলি দেবে হাজাৰ যুদ্ধ ভঙ্গালে, সেই সময় পাস সুনি ইসলাম খাঁক তাগিৰ কৰিলে। কাসিম গা ঢাকা নবাব কৰি পঠাই দিলে। পুনৰবাৰ সিও লোক জনক অন্যায় কৰে হেন সুমি পাৎসা আৰু বাৰ ইসলাম খাঁকে দিলে। সেই সময়ত ইসলাম এ পদৰ আজ্ঞায়ে আহলয়াৰ খকে দিলে (?) আহলায়া খাও ধুবুড়ি পালে হি। তাতে চন্দ্ৰ নাৰাণে অহিয়াৰ খাত মিলিল। নবাবেও অনেক বাটা বাহন দি কৰৈ বাড়িলৈ পঠাই দিলে। তাৰে পৰা হাৰাম খোৰ হৈ চন্দ্ৰ নাৰাণে ৬ ঠাই লৈ আহিল; এই কথা নবাৰ মনত আছিল। এখন লেঙ্গাকে পো োেঙ্গাকে দুইকো দুয়াৰ বাৰৰ উকিল কৰি বোলে মিত্ৰৰ ঠাইত কহিবি। বলে চন্দ্ৰনাৰানক আমাৰ ঠাইলৈ দিয়ক। পত্ৰ এই -- “স্বস্তি নিখিল গুনাগাৰ পৰমোদাৰ মৰ্যাদা পাৰাবাৰ শ্ৰীযুত বড় বড়ুয়া গোহাঞি প্ৰচণ্ড প্ৰতাপেযু। পূৰ্ববাপৰ ফৰমান বিহিত মাফিক কাৰ্যাঞ্চ আগে তোমাৰ সি থানৰ কুশল পৰং সমাচাৰ এই আৰ দেখ যেমন বিলায়ত কোচ হাজো পৰিক্ষিতৰ চোট বঙ্গিদেৱ আমাৰ যে খোজ বায়ত বিগাড় কবিয়া নিয়াচে তেমন শ্ৰীশ্ৰীযুত পাৎসাৰ ঠাই হুকুম সোহোই ইস্লাম থাকে তাকি কৰিয়া তাৰ বদলি কাসিম খাকে সুভা কৰি মলুকে অন্যায় সুনিয়া ফেৰ ইসুম খাঁকে ওপৰত গায়ত পাৎসাৰ হুকুম আয়। আৰ যেমন আবদুল ইাম মহমদি ও মিৰ্যানাকৈ ফজুল বেগ, মিৰ্যা হুচন, ৰাম চা, খোতচা, চুল চা, মহমল কৰ্ম্মাদ ও গয়ৰহ তোমাৰ ঠাই যি গিৰ হৈল। আৰ কত গুটিমান লোকক সকিয়ল কৰিয়া ঘিৰিয়া বোৰন্ধক বিজ্ঞান কাৰণ এসব খবৰ নিঃকৰ্ষণ সুমি ৮ হামাক তাকিদ গতায়াত কৰিলেক। আমি আসি ধুবুৰি পহুদিলো। আম দেখ হাৰামজাদা মেচ পৰিচিত নাৰাণকে লাড়কা পহিলে অনেক নঞ্জাবে আপ্ত দেখায়া আমাৰ সাতে মিল হৈল। আমাৰও