পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গল। তাৰ পাছত আহলাৰ ধ আছিল। উত্তৰে বলগী, গণি অসুলি সিমা কৰি বড় বড় সহিত মিত্ৰ ভাৱৰে ৰহি ৰ ঠাইলৈ চেক মেদ। কটকিক পঠাই পৃতিত্ৰ থাকি। পত্ৰ এই ঃ- “স্বস্তি সকল মঙ্গলাগাৰ বিবিধ গুণালঙ্কত সৰমাদি সলিল নিৰ্মল যশোৰাশি পৰিপুৰিত কলেবৰ শ্ৰীযুত বড় বড়ুয়া সুচাৰু চৰিত্ৰ বিচিত্ৰ মন্তবৰষু। সৌহাৰ্দ পূৰ্বক লেখনং কাৰ্যাঞ্চ ইখানে কুশল। তোমাৰ কুশল মঙ্গল হামো বঞ্চি। পং তোমাৰ ফৰমাণ নজৰে জানিলাম। দিন ২ সেন্তি হামহ হৈযেক; অতএব তোমাৰ আমাৰ মধ্যে কিঞ্চিৎ দিলগিৰ নেস্ত আষ তুমি বুলিচ উত্তৰে বড় নদি, দক্ষিনে অসুৰালি, ইতিমধ্যত তোমাৰ আমাৰ নাক বুল ফিৰিবেক। এই ধৰ্মে তোমাৰ যশ প্ৰতিষ্ঠা বাঢ়িতেছে; আৰ দুই দলেৰ গোব্ৰাহ্মণ সুখে বহিল সুমাসন দুহানাৰ জুদি হৈলে ওগয়ৰহ মলুকেৰ খোবামি হৈবেক; আৱৰ বদনাম কিছু না বহিবে। আৰ তোমা উকিল সনাতন ও কাশৰ্মা ইহানাৰ সঙ্গে ও আমাৰ আদমি চেকমো ওঝাৰ থল ও আকাহ তোমাৰ সেখানে ভেজিতেচি। শ্ৰীযুত থামে হজুৰ কৰায়া দশপাঞ্চ ৰোত ফিৰি পাইবা। এমত হৈলে তোমাৰ আমাৰ কিছু সন্দিতা মা বহিবেক; আৰ এমৰাৰ মুখে সমন্তে জানিব। অধিক কি লেখিম; অপুলি সমস্তে জান। তোমাৰ নিমিত্তে সন্দেশ, কাপ্তা ১, লঙ্গ ২ মোনা, চিনি ২ মোন, পুয়ালি পটুক। ৩ গচ, সোনাৱলি ৩ গচ। সুগন্ধৱালা ২ সে, জাইল ১ মোস ঘোড় ২। ইতি শক ১৫১১, মাস মাখ।” সেক মেদ। আকাদহৰ লগত সনাতম কাসুএ আলিয়াৰ খাৰ গিদান্ত নিয়ে। পত্ৰ এই “স্বস্তি নিখিল গুনৈকাম সৰ্বোপমাশোপ শ্ৰযুত নবাব আলয়াৰ স্ব শুভাশয়ে। সস্নেহ পূৰ্বক লেখ। কাঞ্চ এথা কুশল; তোমাৰ কুশল সৰ্বত্ৰে চাহি। পৰ সাৰ এহি তোমাৰ উকিল সেকুমেদ ও আকদ এই দুই জন শযুক্ত পঠাইচিলা; সে আসি পহচিল। ইহামাৰ মুখে তোমাৰ কুশল