পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩১ পুৰণি অসম-বী থৈ ৰাট কৰিলে। তাত শাচে সত্ৰাজিতৰ বৰ দহকিয়া পুতেকটিকে, তাৰ খাই মাক সহিতে ক সেৱা কৰিবলৈ পঠালে। পাচে পৰ্বতিয়া বড় গেঞ্জে বোলে জিয়া পোয়ৰে কথাবাৰ্তা কৰ উচিত নহয়; লটি ও একো কথা না জানে। এই ধুলি সুতুলিলে। পাচে • এ গোহাঞিক খং কৰি, দুজনা গোহাঞ্জিক তুলি দিলে। ও তুলি হস্তি ১টা তাৰ হাৰ কপ ২০০০ দি বিদা দিলে। তাত পাচে সত্ৰাজিতেৰে প্ৰিতি শুচি অলিতি হলত ও দেৱত কৰক বোলে সত্ৰাজিত উলাই কে আলি খোক। ফুকনে ও ভেলাইক পঠাই উমানন্দ বালিনেকৈ আই একে দলিচাতে বহি কথা হল ফুকনেৰে। পাছে কম বা খোৱা সত্ৰাজিত ধৰিলৈ বড় ফুকমত কলে; বোলে আলি যাওক আৰু দিন লৈ ধৰিৰ এই বুলি ছিল। তাত পাহে মিৰ্য্যা জাহি নাকে প্ৰমুক্ত কৰি বড় কৰৈ অনিত বহিল হি। আমাৰ বড় আ প্ৰমুগে যুক্তি লুই চামধৰাৰ পৰা বঙালৰ গা লৈ এখান কোচা নাৱেৰে মনু পঠালে। বলে সিৰোৰ লেঢ়াই আহিছেনে? কি কাৰণে আহিছে কৈ পঠক। বঙালে বোলে বনৰ হাতি বনৰ আগৰ কাঠ, সোম মৰিচ যদি দিএ আমি লেঢ়াই নকৰে। এটা উকিলত কৰি খবৰ কহিব। পাচে সেই সময়ত মই তামুলি বড়ুয়া এ অভয় পুৰিয়াৰ ভিতৰত সনাতনক কটকি কৰি পঠালে। কটুকিত কৰি বড়বড়ুয়া বোগে চয় মহিনাৰ পথ। দে মহিমালৈ দিন দিলে হে গৈ জনাই সিবোৰৰ বাঞ্চিত পুৰ্ণ কৰিব পাৰে। বঙালে বোলে ভাল। দেৰ মহিনাতো আমি এই জাই গ্যতে সুখে নহে। তুমিও চিতাপে ৰ ঠাই জনাও। এইবুলি আমাৰ কটকিক পঠালে। লগৰ একনাও বৈচাএ পলাই নবাবত বলে। বেলে কটকি মিছা কৈছে। গঢ় আওতাই যুদ্ধলৈ হে দিন লৈছে। পুনৰ্বাৰ, কটকি আহিলত নাও বৈচাক, হদিই সুধিলে; সিতাকে কলে; আমাৰ কটকিক আগ চাকৰ আগন্তু পানিত বান্ধি পেলালে।