পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এয়োদশ অধ্যায়। কৃষ্ণায় নমঃ। গদ্যৰ পুস্তক। সত্ৰানিতে মিয়া পত্ৰ। “স্বস্তি গুণিগণ গুণাৰ্ণৰ পৰম পৱিত্ৰ সৰোশি মণ্ডিত দিগ- দিগন্তৰাধি পটলোৎপাটন সুতা প্ৰচণ্ড প্ৰতাপেযু। দোয়া সেলাম লেখনং কাৰ্যক্ষ আগে তোমাৰ কুবল হামেচা চাহো। কে হামাবে মিয়াৰ খবৰ হোগা; আৰ তুমি এতবাৰ মগুঞ্জস্যেও আমাৰ ৰোখচে ৰোখহোএ। ঐক্ৰযুত খুব মল্লুক ৩ দৰগাতে মই সৰচোৰ দেহঙ্গা। তোমাৰি মেমতোত চাকৰি দৌড় কৰে হি। অতএব ফিজিমিল্লা ৰায়তে খোচনি আৰ অধিককালে খানা ভেজিহে পৰং উম কানাই কহিবেক হাজি আপনে কাজ গুজায় হাফিদকা হোএ ইতি জিলকাঙ্গ শক ১৫৪৯; মাহ ফাগুন, ভেং ১। চলচা ২০, লাহুৰি ২০, পাৰি ৩, চিট ৫৩, তাৱ ৪, পোয়াল ২০, লঙ্গ ২ মোনা, জাইফুল তমোন, সফেদ কাষ্ঠ ৪ চোৰ, কাল ৬ সে।” পাচে ও কমলোচন কটকিত কৈ সোন নালিৰে কৰা এটা, লোন, চাউল সি বোলে সি মোক বাপ বুলিচে; বেটা হলে মাতৃৰ স্তন পান কৰিব লাগে? মই দিয়া ঝতে জল পাৰ কৰিব? লোণ চাউল মোৰ বাব হল তাকে। খাব। পাচে সত্ৰাজিতে' তেওঁলৈ সাত সেৱা কৰি লোন চাউল একগ্লাস পাই জলপান কৰিলে। আৰু সত্ৰাজিতক প্ৰতি, পাটকাপ, চিকন কাপোৰ কলুক আগৰ কাঠ দিলে। তাৰ মাদৈ সকললৈকো আই কুৰিৰ নামে আহোম মেখেলানে কাপোৰ এলে দিলে। তেবে সে গুৱাহাটিত দুয়াৰদাৰ পাতি