পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আম চকিয়ালে দেখি নাও মেলি খেদি ধৰি আৰিলে। পাচে আমানো গঢ় তিয়াৰ কৰি ৰোলে হাতি চাৰি লাদকে নিদিও। আগৰ কাঠ চাৰি জগা কাঠকে নিদিও। মৰি চাৰিতাৰ চেইকো নিদিও। সোনা চাৰি বালিকা নিদিও। এই বুলিলত অনেক পে যুদ্ধ হল; আমাৰ লোকে হিল এৰে কোৱাই জাতি লগাই খেদিলে। পাচে নোয়াৰি মাচিমখ। মিৰ্য্যা জাহিনা পলাই গৈ মাথৰ ২ দিন আচোতে গড়িবাড়িত মহিল। কাজলিৰ দুই বৰুৱাৰ গাল ফমলান উকিল পাচিলে ঝেলে আমি মহাক মা টাৰ্কিলে কৈ আমাক হাটবাট দিয়ে। পত্ৰ এই — “মহামহিম শ্ৰীযুক্ত বড় বড়ুয়া, চেটিয়া গোহাঞি মহাশয়েষু গৌৰবুৰ লেখনং কাঞ্চ আৰ তোমাৰ ৰাজোতি হামেচা চাক্ষীহি ওপৰং শ্ৰীযুতেৰ থামে উকিল কমলজান এক মিজ। গাহিনাই। শহাবাদালৈ আমিকো ভেজোহে। তোমৰা দুই জনৰ ৰচি পঠোৱা পত্ৰ। দেত খাতিৰ খুচি হৈবে। আৰৰ চফ খাজ দুই জনেৰ সাথে আৰ্দাস্ত কৰিলে শ্ৰী শ্ৰীযুক্ত ৩ প্ৰগল্প হৈবে। অতএব আমি তোমাৰ চাৰুৰ হৈলো; তুমি আমাৰে সল্লাহ কৰ আৰ তোমাৰ দিকি বড় মুদৈ সাউদ আমাৰ মলুকে সা মহাজন। সাউদৰ টোল বতায়া খৰিদ কৰ; জেখো বস্তু লাগে সে ভাগায়। পয়দা কৰ; ইহা বৰ কাজকাম মালুম হোত্ৰ; অধিক কি লেখিম; আপুনি জাস্তা হোগা। ইতি জিলকাজ শক ১৫৫১, মাস ফান্ধন, তেৰিখ ১০। সন্দেশ-ষোড়া ২ চন্দনকাঠ ২ মোন। তাৱ ২ মুঠা, শাহৰি ২০ পমেৰি ২০ চিট।” স্বৰ্গ দেও সকলো মানুহ চাপিব দিলে; পবতিয়া নগাও আহিল। পাচে স্বৰ্গ সেও তুলিলে; তাৰ যি বস্তু ঘোড় চক্ষন আনো বস্তু সকল ও লোটাই দিলে; ৩ ও তাক অনেক বটাবাহন দিবিলাই দিলে। ১৫৫১ শকত। দাৰিকত পথ উঠিল। অত পাৰে মাটি খ মিৰ্য্যা জাহিনা ইসৰ প্ৰয়ে ভটিয়াই