পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চুঙ্গিৰ গাওঁ মাৰি ঘৰ পুড়ি ৰুপ কৰি ধান গৰু মানুহ যি পালে লৈ ওলাই আহিল। বউ গোহঞেও পৰ্বতৰ দাভিয়ে দি চুগিৰ খান কাটি, ঘৰ পুড়ি মানুহ ধৰি পশ্চিমক যাওঁতে তৰা জুলিও চুক্তি কাম একাঠি মাৰিলে। বড় গোহাঞিৰ গাত লাগিল। পাচেততে দই গ্নি মান থাকি বঙ্গৰি দিবিয়া সেলেজি, এই চুঙ্গিৰ পা মাৰি কাটি ঘৰ পুৰি যি পালে। মানুহ গৰু ধৰি। আনি খাবৈ দি লুইতে ওলাই আহিল; আৰু ও পুনৰ্বাৰ ধান কাটিলে গৈ। চুজি মি আছিল খাবলৈ নাপাই বলি হি। আৰু ১৫ মাস পূৰ্বে বুজা ৰজা বাৰে কটকিক যি কইেত কাটিলে তাৰ কথা জাৰি পৰাৰ ওপৰে ধৰ্মৰাজাক বাসা নালি দি খৈচিল। এক দিন ধৰাৰ,চণ্ডি, মহিন্দ্ৰ, কলি, অৰ্জুন, চোট বুটা বলাই কট কীক কটা। কলি, কবি, হাই এই সাত কটকি গৈ গমাৰায়ণৰ ঠাইত খুজিলে বোলে, আমাক জঙ্গি খাৰলৈ যি পাবে দিৱেক। ধৰ্ম্ম নাৰাণে কপ, বড় পৰিয় হাজি বাৰে হাতী পঙি দি।ে পাচে সাতেকটকি গৈ চকি তত ভগাই লওঁতে কলিয়া কুকুৰা চোয়া খুলিলে। বেলে গুৰু বোক মোকো কিছু দিয়া; তাৰু কিছু মেলিলে; এতেকে ধংকৈ ৰত গোচৰ দিলে। বোলে স্বৰ্গদেৱৰ নো কি নাই। কি বস্তু খাব, পিন্ধিব নেদিচে। স্বৰ্গদেৱৰ কটকি হৈ যে বিদেশি কলিয়া কটকী। মাগে গৈ। এই দাইতে সাতোকো হাতি শালত বকি কৈ থলে। আৰু কলিয়া কটক্ষিক নাও - বৈচাএ গোন দিলে। বোলে বড় কটকি হৈ, বঙ্গালত কলহ, কাপ, কপ মাগিব, পাই নেকি। পাচে ৰাজা কটকিত সুধিলে। কটকি বোলে মই মাগিৰৰ নাই। মোৰ বস্তু জাত চুৰি কৈ নিৰ মুনি সত্ৰাজিতে কলহ এজোৰ কপ এসেৰ কাপোেৰ এজে, আৰু খাবৰ বস্তু জাত দি পঠালে। মই খোজা নাই।