পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসমী ক্ষা বোলে এই কথা কোনে জানে। কটকিয়ে বলে এই কথা আগে চকি আলে ভেলাই জানে; পাচে লাঙি ফুকনত সুধিব দিলে। ফটকিকে। ভাবি গোহাঞিক বন্দিকৈ থব দিলে; পাচে সাত কটকিৰ লগত বৃন্দিকৈ থলে। একদিন বাজা পৰতৰ পৰা আহোত, সাতো কটকিক ইতি শালত দেখি কাটিব দিলে; শুক ১৫৩৮। আঠকে কাটিব লৈ দৰিকাৰ কাৰলৈ নিলে। পাচে কলিয়া কটকি বোলে সাতোটা হে কাটিব দিছে। মই ইহতৰ লগৰ নহওঁ। মোক আন দাইত হে বন্দি কৰিছে। তথাপিনেশোতে টকা যাচিলে। পাচে ধৰাধৰ কটকি টকা দি এড়াল। পাচ লাঙ্গি কুকমত সুধি জনালে হি। বোলে হই। সত্ৰাজিতে শুনি আপুনি দিলে; বজায়ে কটকিক আনিব দিলে। পাচে ভড়াৰি গোহা কাটিৰৰ কথা কলত। মজা পাই ধৰি গোহাঞিকো খাঞ্জিলে। চাউ দাঙ্গকে। কাটিলে। তাত পাছে ১৫৩৯, বউ গুৰু কটকি বুড়া ৰজাত কলে। ফেলে স্বৰ্গদেৱ মোৰ মাসুহ এটিএ কৈছেহি। যুদ্ধক সম্মুখে বিস্ত বল আহিছে। এই কথা ৰাজা শুনি ভেগাই গৈ সুধিলে। ভোৰ গোলে ৬ দেবতা মোক এই কাৰ্ধ লৈহে থৈইছে; বঙাল নাই; বড় গুৰু কেনেকৈ কয় না জানো। দেৱতায়ে বোলে তঞি যি কথা মানুহ তাক কৰিৰি। এনেকৈ কথাকে নেকৈ কয়। এই দাই ধৰি কাৰ্টিলে। তাত পাছে বড় কন্দলি, সাগৰ কন্দলি, জগন্নাথ পুখুৰি খানি- বলৈ পঠালে। সিকোষে পুখুৰি খানি আহিলত। বঙালনি বেটি কিনি আনিলে। তাইহঁতে দেৱতাত গোচদি বোলে, জগন্নাথ পুখুৰী দেৱে ৰি কাৰ্য্য কামৰ কাৰণে পাঞ্চিলে, উকিলে কি খোৱা। কাৰ্য সাধিছে। তা না জানোনা; আমাক ভাষা বুলি জানি এখন বেটি কৰে। এই মুনি বাজা দাই ধৰি বোলে মোৰ কাৰ্য্য কি কৰিব। মোৰ ৰুপ ভাঙ্গি বঙালনি আনিবলৈ হে গৈচে।