পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফিলিহিয়াল বুড়া গোহাঞি কেওড়িয়া বড় পাত্ৰ গোহাঞি যি বোৰ লৈ সিফঙ্গে থৈ সোমাই মাঘ মোৱাত ৰহিল আৰু বুঢ়া ঘোড়া কোকে পিক চাই চেটিয়াকে পাচিলে। ইবোৰৰ বুমৈএ দিগৈ কম দুল পুড়ি ধান কাটি ওলাই আহিল। পাটে ভাবিয়া বোৰে চকিয়াল ৰূপৰাইকে কৰি হাজৰিকিয়াকে গড় ৰাখিবলৈ বাহ কাটি আনিৰ দিলে। বাহ কাটোতে চুঙ্গিয়ে ৰূপ যাই হাজৰিকিল্লা প্ৰমুকে একুৰি মান মানুহ কাটি লে। আত পাছে চুজি গোটা দিয়ে কোঠৰ ভিতৰ সোমাই গোহাঞিবোৰত কলে। বলে আই কুঞৰি দেৱে বাৰ্তা জানিবলৈ পঠাইছে , এই বুলিত গগাহাঞি বোৰেও কাপৰ এক জোৰ দিলে। পাচে চুঙ্গিয়ে গঢ় বাজ হৈ যোগোহাঞি বোৰে আকে যে বুজিব নোৱাৰিলে। আমাক নো কিপে মাৰি; সি বোৰ উলতি যাওক এই বুলি চুঙ্গি পাল। আত পাচে মাথ নোয়াৰ বান্দৰ ডেয়াত বহিল গৈ। তৈৰ পৰা চুঙ্গিক লিসা কৰিবলৈ ৰাওতে আমাৰ মানুহ বতাহ গিলা হাজৰিকি প্ৰমুনে হাহঁচতে পাচশ মান লোক কাটিলে। পাছে দিহিঙ্গিয়া বড় গোহাকে দিলি হিয়া বুড়া শোহাঞিৰ আগত বোলে চুঙ্গি ডালৰ বা। তাক আমি ধৰিবলৈ পাম নিকি? আমি ওলাই যাওঁ। যদি জগৰ লাগে মঞি গা কৰিলে। মোৰ ভনি বড় কুঞৰি এই মান কথা ৰাখিব নোৱাৰিব নিকি। এই বুলি হকি আহিল। পাচে স্বৰ্গদেৱে গোহাঞি বোৰ দাই পৰিলত। বড় গো বোলে, বড় গোহাঞি বড় পাত্ৰ, যে আছিল, একলে মই ৰব পায় নিকি? এই বুলি দাই এড়াল। বুড়া গোহাঞিকে বড় পাত্ৰকে ভাঙ্গিল। আন ফুকনক ভাজি খেদিলে। তাত পাচে পুলজিয়া টেকেৰি চাঙ্গতে মজা আচিল। সেইবেলা মমচা যৰিয় বড় গগাহাঞিকে হাতি মুড়িয়া ফুকনকে পুনৰ্বাচুঙ্গিক মাৰিবলৈ পাচিলে। বড় গোহাঞি সোমদিবি উই আঠীয়া বাড়িত ৰহিল গৈ। হাতি মুৰিয়া ফুকনেও ও মুখে দি বাট কাটি গৈ আঠিয়া বাড়ীত বহিল।