পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৭ পাচে বৈগিক মাৰিলে; লোহিত্যতা জ্ঞ কৰিলে। পাচে অতি যেৰু হৈ ৰাষবজ সিংহ নাম ললে। ১৫৯৬। চুটিয়াকো মাৰিলে। তাত পাছে অনেক উৎপাত হল। নগৰ তল গল; ভৰিকাত ভালুক পড়িল। চাৰিং ৰজাক বাৰুকিয়া বড় গোহাঞিক, এই দুইকো মিচা বাদে মাৰিলে। তাত পাছে ৰামজব মধ্বজ সিংহ ভস্মসাৰ হৈ, মৃত্যু হল। হেন জানি ফুণ বোৰে সমৰ্মিতে আলচি উদয়াদিত্যৰ পুত্ৰ কলিয়া গোহাঞিক ৰাজা পাতিবলৈ যুগুতি কৰিলে; পাছে ভেবেয়ে জানি ফুণ বোৰকো বড় বড়ককো ৰাতিয়ে সাশত দিলে। পাচে মধ্বজ অঙ্গা মৃত্যু হল; শক ১৫৯৬, মাস ১১, ৪ ১৮। তাত পাচে ডেকেৰায়ে লাউক পাৰ্চিলে? সৰাইঘাটলৈ ৰজা নিব দিচে বুলি কৈ ঘোড় কোঞৰক বাটত মাৰি আহিবি। ভেবে। একাদশ অধ্যায়। পাচে লাউএ ৰজাৰ কথাকৈ সৰাইৰ ঘাটৰ পৰা আনি ফুকনকে বড়ুয়া বোৰকো বড়বড় ককো সৰিয়স তলিত মাৰি আহিল। পা ডেবেৰা চাম গুড়িৰ পূৰ কোৱৰ আনি বা পাতিলে। বড় বড়ুয়া জিয়েকক কুৱৰি পাতিলে; ১৫৯৬; মাস ১১ বু ১৯ নিশা। পাচে তিপামৰ ৰজায়গা ভেষেক মাৰি ৰজা হবলৈ আহিল; তাকে ডেবেৰা পৰ্বতৰ আলিত খেদি মাৰিলে। নামৰূপীয়া জাকো মাৰিলে পাচে মজা, কুঞৰি, চেউধৰা ফুকন, তিনিয়ো আলচিলে ডেকে মাৰিবলৈ। এই কথা ভেবেৰা জানি, তিনিকো ৰাতি মাৰিলে, সফ ১৫৯৪। মাল ১২।