পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> - পচে গো সুখ পৰা কুনি পাখিলে। ১৫৯৪ শক। এই কথা সবাই ঘাটত বুলোহাঞ্জি, গড় ফুনে সুনি, ফুন,খোৱা বিকিয়া সমানে সমালোচল কৰি বুঢ়াগোহাঞিৰু তাজা পাতি ভেবেৰাক মাৰিবলৈ উলাই আহিল। পাছে ডেধেয়ে সকলে উজাবৰ মানি লাউ ডেকাক কাটি যাত্ৰা কৰি, বাঁহ গড়তে ষুক সমুখে বহিল। পাচে বুঢ়া গোহাঞি বড় ফুকন পাবৰ মুনি ৰাজা বুড়া গোহাঞি গঢ়ৰ বাজহৈ বহিল গৈ। পাছে ফুকন বোৰৰ বলি গৈ। পচে জ্বেবেও পলালে। জায়গা হাইঠাগুড়িত বহিল গৈ। পাছে বড়ফুকনে বাজাকো দেবেকো মাৰিলে; সক ১৫৯৪, মাস ১। পাষ্টে বুড়া শোহাঞে বোলে পূৰ্বাপৰেও আমিহে পাত্ৰ। বাঙ্গা গোষ্ঠিয়েহে ৰাজা হব পাই; এই বুলি দিহিত ডেবোৰ মৃত্ব। পৰা কোঞৰ আনি ৰজা পাতিলে, সক ১৫৯৪, ১ মাস, ১২ দিন। পাচে ৰজা অভিসেক হল। আকাশত অগ্নি জলিল, ধুমকেতু পৰিল। পাচে বুঢ়া গোহাঞিক ধৰিবলৈ কোঞৰ বোৰে যত্ন কৰিলে; পাছে গোহাঞে জানি দিহিন্নি ৰাজাক ধৰিবলৈ দোলায়েৰে ভিতৰ সোমালগৈ; পাচে দিহিজিয়া বজায়ে জানিনেড়িবি বুলি খেদি আহিল, পাচে গোহাঞে ৰব নোৱাৰি পলাল দোল এড়ি। দিহিৰৈ উজাই পাছে ভটিয়াই গল। সক ১৫৯৮, মা ১১, নিশা ৮ গতে, পাচে বুড়া গোহাঞি সাল কোঁৱৰৰ মুখত ৰৈ উত্তৰ কোল দক্ষিণ কোলৰ লোক বৰাই, বড় ফুৰুমলৈ জনাই পঠালে। চে ফুকনেও মেচা বড়বড়ুৱা আদি কৰি ফুকন, খাজখোৱা, হাজৰিকিয়া, এই সকল লোক জন সহিতে বুড়া গোহাঞিৰ ঠাই পঠালে। দিহিঙ্গিয়া ৰজায়গা সাধুসকলক সত্য সপত কৰি বুড়া গোহাঞিৰ তলৈ পঠালে। পণ্ডিত সৰুক পঠালে। কটকিকো পাচিলে। তাপি গোহাঞি নাহিল। ৰজায়গা যুক মনে সিঙ