পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যে জনাই পঠাই এই বুলি দাই ধৰিলে। পাচে গোহাঞিবোৰ গঢ়তে থাকিল। বৰ ফুকনো থাকিল। ঘোড়। কোৰে ৰজাৰ আজ্ঞাই ফুণ বোৰ পুৱতি নিশা গঢ়ৰ পৰা ওলাই ফুলুঙে দি নাও গঢ় পাৰ কৈ টানি নি বঙালক নাৱে তৰে ধৰিলে গৈ; আহোমৰ বিস্ত লোক কাটিলে। পাচে বঙাল ৰঙা মাটি লৈ যাবৰ মৰ কৰিলে; এই কথা শুনি ফুকন বোৰ বড় ফুকনক কলে। ভাগি যোৱা বঙালৰ আহিলা পাতি ৰাখিব পাৰি; ফুকনে বোলে যাৰ যি ইচা তাকে কৰা। অনেক দিন যুজি বলে নোৱাৰি নাম সিংহ ভটিয়াই গল। ই সস্যা নাতিল। দুখ পোৱা মানুহ হাজাৰ চাবেক পেলাই খড়া দা খড়া বাৰু এই ৰেহে মহাৰাজাক গিৰি কৰিম। পাচে ৰাম সিংহে ৰঙা মাটি লৈ ভটিয়াই যাওতে মাধৰক সেৱা কৰি উঠি ব্ৰাহ্মন বোৰৰ আগত বোলে বড় নবাৰো সামান্য নহয়। যন্ত্ৰাকৃতি গঢ়। একো ঠাই চিদ্ৰ নাপালে॥ হেঙেৰা বৰিয়া ঠাকুৰিয়া আহি এই কথা কলত। ফুকনে বোল সকলো বাপ ভাই জানি, শত্ৰুৰ মন বাস। পাচে ফুকমে চকিয়ালক বোলে পূৰ্ব নিবন্ধে মনাহাৰ মুখত চকি দেগৈ। উত্তৰে দক্ষিণে সেই নিবন্ধে চকি দিলে গৈ। এই কথা কবলৈ ৰাম কটকিক পঠালে। ক্সায়ো সুনি আনন্দ দুই সমস্তকে যথাযোগ্য প্ৰসাদ ত পাচে ফুকনৰ মৃত্যু হল। পাচে তাঞিৰ ককায়েক নিমাতি ফুকণক বড় ফুকন পাতিলে। উদয়াদিত্য উদয়াদিত্য ৰায়ে তিনি জন। গোহাঞি আদি কৰি সমস্তকে বাধাজসিংহ। বৈগিত শৰণ লগলে। মোৱা মৰা আদি কৰি সমস্ত ঠাকুৰ বোৰ শৰণ লগাবলৈ ধৰিলে। পাচে সৰু জনা গোহা উদয়াদিত্যক ধৰিবলৈ সমন্তেৰে মনে মনে সমালোচন কৰি, ৰাত্ৰিয়ে উদয়াদিত্যক ধৰিলে গৈ; চাৰিঙিয়া বড়ুয়া পা পং নেওগৰু থিতাতে কাটিলে। শক ১৫৯৬। ভাদ্ৰ মাল নিশা ৮ গতে। পাছে সৰু জনা গোহা উদয়াদিত্যক ৰাজাক মাৰি খাজা হল।