পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ ঝুকে থোঙ্গে তাকে দিম। এই বুলি উকিল পত্ৰ নেদি নিমকে ৰামচনকে পঠালে। এই কথা মহাৰাজা সুনি যি বস্তু জাত অতাইছিল তাকে। ৰাখিলে। তাৰ পাচে ৰামসিংহৰ কুসিংহ। পুতেক কৃষ্ণসিংহক পাচ্চা বোলে বাঘেৰে মোক তামচা দেখা। কৃষ্ণসিংহে বোলে ভাল। কৃষ্ণসিংহক জালৰ ভিতৰকৈ মেলি বিলে। বাঁহেৰে বাঘ কড়াই দিলে। বাঘে জাপ মাৰি ধৰিলে। কৃষ্ণ সিংঘে দুইৰাৰ বাৰু পাতি এড়াল। আৰু এজাপ মাৰিলে। পাচে কৃষ্ণসিংহে তোল মাৰি কাটিলে। পাচ্চা প্ৰশংসা কৰি বাটা দিলে। সভাৰ লোকে বোলে কেত্ৰিয় পপা নেত্ৰী। পাঞ্জা খংকৈ কি কৰিব? তা ধৰ্ম্মে ৰাখিলে। ৰামসিংঘলৈ ঘৰিনিয়েকে লেখা দিলে। কৃষ্ণসিংহৰ বাঘেৰে জুজাই পাচ্চা মাৰিব খুজিলে। এনে আমাৰ মিত্ৰ পাঙ্গা; অনেক ব্যঙ্গ মাৰি পাছা তুলে দিচে। তাৰ বসে ধৰ্ম্মে আটিছে। পূৰ্বদেশ মগলৰ অলপকৈ দিলেহে আউশ্ৰী বাঢ়িব। মজুম খাঁ গৈ ইঠাই নেপালেহি; পূৰ্বদেশ নামধসততে প্ৰবৰ্তিচে, গো-ব্ৰাহ্মণ বৈষ্ণব কুশলে আচে। এই সকলতকৈ দিলে কিহয় তা জানে; আকে চাই ফিৰি আহিল হে যোগ। এইকথা ৰামসিংহে শুনি এখেতো যুদ্ধে নোৱাৰি, তেওঁ পালিয়ে এটা যুদ্ধ কৰিলে। চৰিপ খা, পানিৰ সৰ্দাৰ হৈ ধৰিলে হি। আমাৰো বোৰ ভাউকি পানি ফুণ, নাওবৈচাফুকণ, বড়ফুকণ নথিয়া পড়িচিল। বঙাল উজাই আহিছে দুই কোন মানুহে হিলৈ নামাৰে। গনকে হাক দিচে। তাৰ আগে পণ্ডিত ৰাই আহিছিল। আন্ধাৰু বালিত গঢ় নেদেখি গল। গুৱাহাটিলৈ আন্ধাৰণালী ঘোড় তুলিব পাৰি এই কথা মন কৰি নাও ঘোড়া তুলি আনিচে। পণ্ডিত বই গলতে গড় বান্ধিলে। বঙালো জুৰিয়া পৰ্বত পালে হি; আমাৰ নাম হকি অশ্বক্ৰান্ত পালে হি। মিৰি সন্দিকৈৰ