পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰজি অসম-বুবলী বায়ে পিন্ধিবৰ নেদেখি গৈ কঙ্গে। পাচে ৰামসিংঘে কৌপতিৰাত সুধিলে। ভাই ফুৰুনে দেখে কাভৰণ নিপিন্ধিলে। মই পিন্ধিবলৈ হে দিলে। কৌপতিয়া বোলে বড় নবাব কি বস্তুৰ কমি। যেতিয়া যি ইচ্ছা তাকে পৰিহন কৰে। ইহঁতৰ লগত মিকে মহৰি কাৰ্য্যিকে পঠাই বলে আমাক পূৰ্ব ধাৰাল প্ৰিতিক লৈ গুৱাহাটি চাৰি দিয়োক। বড় ফুকনে ও বামহৰি কাৰ্য্যিকে তুলিবোলে ভাল মোৰ পিতৃৰে আলিয়াৰ খাৰে যি প্ৰিতি গোট হু-ইচিল। তাৰ যশস্য অধ্যাপিও কহে; তোমাৰ আমাৰ প্ৰিতি গোট যেমনে বহে, তেমত খান কৰিবা? এই বুলি তাৰ দুই উকিলৰ লগত সন্দেশ পত্ৰ দি নিমকে বামচষণকে পঠাই দিলে। আমাৰ দুই কটকিক নি শামসিংযে কুশলাদি বাৰ্তা পুফি বোলে ভাল মই মিষকে পণ্ডিতৰাইকে পঠাম। তহতে বড় ফুকনলৈ না; পাচে নিমে, ৰামচৰণে, বড় ফুকনলৈ শালে বড় ফুকনেও নিৰৰে পণ্ডিত বাইৰে আহিবৰ কথা। মহাৰাজালৈ জনালে। পাচে মহাৰাজা বাঙালৰ কটকি তুলিবলৈ দলিচা, চন্দ্ৰতাপ, কটকিক তমোল পান দিবলৈ সোনৰ কঁহি ৰূপৰ ফঁহিয়ো কৰিলে। অনেক সন্দেশ পাতিয়ো কৰিলে। পাচে ৰামসিংথে নিমকে ৰামচনকে দাবলৈ নি বোলে বাৰম্বাৰ কটকি গতগত কৰে। কথাবাৰ্তা কিছু নাই; ইবাৰ উকিল পঠাও। সৌগন্ধ কৰি বোলো ইহাকে কবি যাই মোক গুৱাহাটি চাড়ি দিয়োক। আৰু চৈয়দ পিৰোজৰ বেটাক চৈয়দ চালাকে এডি দিয়োক। এই শানতকৈ মই যদি অধিক খোজো, এই হাতৰ তৰোবাল লৈ পৰ- মেৰিএ মোক খাব। আৰু কণ্ঠৰ মুকুতামণি হাতে ধৰিবোলদা এই মহালক্ষমএ মোক এড়িব। আৰু মোৰ উৰ্দ্ধ পুৰুষ নৰক গামী হব। এই কথাত যদি সঞ্জাত নাই, মণিকুটত মাধব গোসাঞিৰ অগিত সপত কৰিম; বড় ফুফনে যদি এই কথা গানে