পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>> লুণি অসম-খুৰী পুতেকে বাপেকলৈ কলে। বোলে ৰাজ্য পানিয়ে ভাগিল, ফুকন কিয় নাহে। ফুকনে বোলে মঞি এই ঠাইতে চাৰি কড়া কড়ি দি মাটি কিনিছে; নাৰ খাৰ যি বড় কাল আচে যদি যাই সকলোত কৈ পাচ হৈ যাব; বঙ্গালক সমুখে দুই চাষি হিলৈ মাধিব। পাচে বঙাল উজাই আহি আন্ধাৰু বালি পালে হি। আমাৰ নাৱৰ লোক উজাবলৈ মন কৰিলে; মড়া ৰজা সৰণ দিলে। বড় ফুকন নৰিয়া; ফুকনে বোলে মোক বাট ঘৰলৈ পিড়াৰে উলিয়াই নে। পাচে ওলাই আহি দেখে বঙাল উজাই আহিকে। গণকত সুধিলে; গণকে বলে এতিয়া ক্ষেন হৈচে ফুকন নাৱত উঠিল গৈ। উনি লৈ নাও মেলিব যুজিলে। ফুকনে খকৈ বৰলে মোক এই কাৰ্য লৈকে মহাৰাজা থৈছে। এই বুলি চাৰিটা চহি-আলক গদি আসে। কেতো বদলে পানীত পেলালে। চাউভাঙ্গকে ডৰিয়ালে। লুইতৰ মাজলৈ ফুলৰ নাও সাত খন মেলিলে। মোক বঙালে ধৰি নিয়োক। আজ সুখে উচ্চাওক। দুয়ো পাৰৰ ৰাজে দেখে ফুকনৰ নাও মেলিলে; ফুকনৰ আগ হুই যেনে কৈ পাই তেনেকৈ বঙালক ধৰিলে। চবি খ বলে গড় উঠিলো, আৰ কি কৰিব; এই বুলি পিঠি দি উজাই আহিছে। তাতে গুলি লাগি মৰিল। আমাৰ নাও পাচ কাটি দিব নোৱাৰে। নাওতে ভড়ি দি ইপাৰ সিপাৰ হব পাৰি। দুই কোথৰ মাৰিব ধৰিলে; বঙাল বহুত পড়িল। বঙাল ভাই নিলে। পানীৰ যুদ্ধৰ পৰা আৰু যুদ্ধ নহল। তাত পাচে পচৰিয়াত ৰামসিংহ হিল গৈ। চেচানৈৰ কোখত মহাৰাজাৰ আৰে ঘোড়া কোৱৰ আহিফিল; পাচে ইবোৰ ঘোড়া কোৱত কলে। চাৰিও দিকি পানি। দেয় বোলে যদি বঙালক ধৰিব পাৰি। এই কথা সুমি খাজা বোলে ধৰোক। বৰ ফুকন লৈকো পাই ধৰিলে। এনে কথা আচোতে মোলৈ কিয় নানাব। পা হি।