পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১। পুৰণিসষ-যু থাকে মানে কোনে লড়াই। এই কথা শুনি বুড়া গোহা বলে, ৰামসিংঘ নিবন্ধ চাইব আলি ইকথাত পাচ্চা কিয় হি। পাচে সকলো ভাঙ্গৰিয়াৰ জুতি হুই, দেৱতালৈ জনাই বুঢ়া গোহাঞিৰ পক্ষকে বা খলে। চলাকে কৌপতিয়াকে, পঠাই যোলে তহতে এইৰূপে কৰি গৈ ভাইঙ্গা যি বুলিচে উত্তমহে বুলিচে। সৰ্গ মহাৰাজাৰ আমি আজ্ঞাকাৰী তাই, আমাৰ নিবন্ধ কিছু বহিব। তেহে ৰামসিংঘে কৌপতি মিত সুধিলে বোলে মজুমখাঁই ৰাজ্য জেখন উঠালে, ই নবাব কত আচিল; কৌপতিয়া কোলে ই নবাব পুৰ্বব দেশত; নড়া নামে এক ৰাজাৰ ৰাজ্য, মহাৰাজ্জাক জাই গিৰি ধন, হাতি দিব লাগে তাকে নেদিচে তাৰ যুদ্ধলৈ গৈচিল। তাক মাৰি আহি দেখে ৰাজ্য উজাৰ হল; লোক জনে কলে মজুম খাঁ উঠিছিল। এই কথা শুনি লোকজন সহিতে খেদি আহি ৰা। নাপালেহি; দেখে আমাৰ পানি চাৰিল। সেই দিন ধৰি পাচ্চাই লোকক সমুখে আচে। ৰামসিংয়ে বলে ভাই নবাব ভালা। এই কথা কৌপতিয়াৰ মুখে শুনি, ফুকনে বটা দিলে কৌপতিয়াক। এইৰুপে আয়াজাত কৰি আছে। সেই সময়ত কৌপতিয়াক পাচিলে। ৰামসিংথে কৌপতিয়াক বোল ইপোনও সময়ন্তিৰ কথাক দেখো, যুদ্ধকে নেড়ংক। কৌপতিয়া বলে যিকৈচে ৰাজা উত্তম হে কৈচে। নানা দেশৰ পৰা তিনি লাখ প্ৰজাসমে বাজা সকল আহিছে। সি স্বৰ্গ মহাৰাজাৰ চাকৰ? তাৰ আন কাম নাই। ভাৰ মতকো নুবুজি। বিসেসৎ স্বৰ্গ ৰাজাৰ ঠাইৰ লোক বড় নাৰ আজ্ঞা চলে। এইপে সিদ্ধান্ত কৰিলত। তেহে কৌপতিয়া চলাক খন যাচি লে ফুকন বোৰলৈ? চলাকে কিছু দিগে। বোলে ফুকন বোৰত কৈ গুৱাহাটিলৈ দিবি; চলাত বোলে ভাল। বড় ফুকনলৈ কণ্ঠাভৰণ এখন দিলে। আৰু দুগগী এটা দিলে; দিঞাতে এই বুলি দিলে, ভাই ফুকনে পৰিণ কৰিব। সেই কাভৰণ পণ্ডিত