পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সবঙ্গ বাণী পুৰণি অম-বুবলী দেওনিয়া সঠিয়াৰ পোনে কাণ্ডলিয়ে নোপোৱা ঠাইত কাঠ গঢ় দি থাকিলে। গঢ় আধা বা হলতে বুড়াগোহাঞে লোক জনক গৰু পাৰ হৈ ধৰি দিলে। পাছে বড় দেওনিয়া ভাগি পলাল; কটা এড়ি জিয়া মানুহ পালে ৫টা, ভিমৰাই বড়ুয়াক পালে, আহিল পাতিয়ে কিছু পালে। তাত পাচে বঙাল দৰঙ্গ লৈ উজাই গল। পাচে বাৰ্নীৰে কথা হল। ৰানীয়ে ফুকনলৈ ৰহস্যে কৈ পঠালে। কুকনে বোলে বাট নিদিষ; পাৰে জে ধুক। পাচে বাণী উপায়কে আনি দুই পৰ্বত মাজত জুৰিৎ সুমুৱাই বঙালক বেটি কাটিলে; আহিল পাতি টকা বিস্তৰ পালে। পাচে নামসিংঘে একোৰুপে নোৱাৰি মিত্ৰভায় কৰি বোলে সামান্য মামুহেৰে একো কথা হই চল নাপাও। আমাৰ কৰিলেখক, পণ্ডিত ৰাইক ভাল মানুহ পঠাইছো। ভাই ফুকনে ভাল মানুহ পঠাব। আমাৰ তেহে চলাৰ মাধবচৰণ, কৌপতিয়া এই দুই পঠালে। ইহতক তুলিবলৈ নি, ৰামসিংঘে পৰ্বত বাইক সুধিলে, ইহতক ভাল মানুহ বলে নোবোলে। পৰ্বত ৰাই বলে দুয়ো ভাল মানুহ। ৰামসিংঘে বোলে দেইৰি মানুহেৰে কথা থোক। দেউৰি সংস্কৃত দিলে; চলাএ একো নুবুজিলে; কৌপতিয়া বোলে, তোমৰা দুই সংস্কৃতেৰে কথা হলে কোনে বুজিব। ৰাজ কথা সকলে বুজিব লাগে; ভাষাৰে কথা হোৱা। ভাষাৰে কথা হল। ৰামসিংঘে বোলে পৰ্বত ৰাই আকেহে মানুহ বুলি কলি। পাচে ইহতক বিদই দিলে; আগেও কৈচো। তহতেও কবি গৈ। গো ব্ৰাহ্মণ লোজন সহিতে জিপে ৰা পৰিব, সেইপ কৰিবি। গঢ় জি কাম কৰিছে তাৰ হই তিনি লাখ টকা দিওঁ। অসুৰৰ আলি বড় নদী সীমা কৰি, মই তামুলি, আলিয়াৰ সহিতে জি নিবন্ধ কৰি গৈছে, সেই নিবন্ধতে থাকি গুৱাহাটী চাৰি দিও। প, সোন, খুটা পুতি দুইজনে নিবন্ধ কৰো{ আক চন্দ্ৰ সুৰ্য্য