পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰে। পাছে ৰাজাৰ পুত্ৰ নাই দেখি, অবাক ভয়ে কাৰ দায়েৰুৰ পুত্ৰ, চাৰিং ৰজাক পাকলে মহাৰাৰ জয়ধৰ সিংহৰ আজয়ে ৰজা পাতিলে। পাচে দেবো নে মৃত্যু। গাতে থাকিল। স্তম বেগ ভটিয়াই গৈ গুৱাহাটিত ৰচিত খক কলে, বোলে যি জনা বজালৈ বটা গিলে, সি জনা ৰজা মৰিল। আমি কি কৰিম। চাৰিং ৰজা 1 পাছে বচিত এ বোল ৰজাৰ ভাই মজা হত, ইয়াত কি ভিন্ন আছে। সেই ৰঞ্জাকে দেগৈ। পাছে ইহত গৈ কুজি বালিত ৰৈ জনাই পঠালে, বোলে পাচ্চা, মহাৰাঙ্গালৈ বটা দিচে। বড়বড়ুক আগবাঢ়ি আহিব লাগে। মহাৰাজাও হাত পাতি ব লাগে। এইপে কলত মহাৰাজা বোলে মঞি স্বতন্ত্ৰ বাজা। একোকালে পৰৰ অধিন হোৱা নাই। তাৰ বটা কেনেকৈ লম। এইবুলি গগাহাঞিবোৰেৰে কথা হল। উপাই কৰি তাৰ এক (সু) অহদিক ধন দিলে; সি ধন পাই আমাৰ বড়বড়ক বুদ্ধি দিলে, দুৱাৰ চপকৈ ধৰিব দুই তিনি তৰপ আঁড় কাপোৰ তৰি, মঞি ওতে সি উকিল দুয়াৰত ৰাখিব, এনেতে ইমুহদি আগবাঢ়ি গৈ ভিতৰ হৈ সেৱা নকৰি গুলি কৰি বটা দিলে, বজাৰ বহুৰে সৰাইৰে বটা ভৰি পিথানে নি পিঠিৰ পাচফালে থলে। বজাৰ ভিতৰত বটা দি মুহদি ওলাই আহি বোলে, দুই উকিলক পঠালে, তুমি কিয় পাচ পড়িল। বোলে মোক দুৱাৰত ৰাখিলে; মোত কিয় নকলা; এইবুলি থাকিল। পাছে ৰাজা বিদাই দিঞোতে বোলে, মোৰ বোট তিনি লাখ টকা, নয়ৈ হাতি লোকজ্ঞন ৰাখিবৰ কাৰনে দিলো; লোকজন জি নিলে, তাকে নাপালো, সিমনাকে এড়ি নেদিলে। এইবুলি চন্দ্ৰকলিকে সনাতনকে, দুই উকিলৰ লগত পঠাই দিলে, লিখা, সন্দেশ দি, গন্ধ ১০টা, কটাৰি কুৰি খন, সোৰৰ ডাবেলে ফনি দুখান,