পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পণি অল- কি ৪টা। সিলেৰে লৈ দিল্লি পালে। পাচে পাঙ্গা নি অশি খেলে, কোচৰ সিমাতকৈ আমাৰ যদি বাঢ়ি লৈচে, সিমকো লোকনকে। এড়ি দিব দিম; এইবুলি লিখা পত্ৰ নেদি, পান খাবলৈ ফশ এক হাজাৰ দি পঠাই দিলে, চকলিকে, সনাতনকে, ভিলিৰ পৰা আহি টকাৰ চান্তাখএ দুইৰ লগত পণ্ডি বাইক মহাৰাৰ ঠাইৰ পঠাই দিলে। পাচে মহাৰাজাও, লিখাকে আমাৰ দুই কটকিকে ওচৰক নিব দি শিন্ত্ৰে পণ্ডিত বাইক বিদাই দি পঠাই দিলে। তাত পাচে ৰচিৎ এ হস্তিৰুপৰ কাৰনে সেক কমলক মহাৰাজাৰ ঠাইলৈ পঠাই দিলে। পাচে মহাৰাজা সেক কমলক, পেচাঙত তুলিবলৈ আনিব দিলে। সি বড় দুআৰ পাই বদলে ম িদোবেগ স্তম বেগৰ লগত আহি, তম্মিলহে কৰিচো; এখন মই তম্মিলহে কৰিম। সেৱা কৰিব নোৱাৰে। এইকথা মহাৰাজা সুনি বোলে সি পাচ্চাৰ উকিল গুণে সেৱা নকৰি তম্মিল কৰিলে। ই ৰচিৎ খাৰহে উকিল। সেৱা নকৰিব পাইনে কি? এই বুলি তাক বাসালৈ ওলোটাই নি দিলে; পাছে সি মহাৰজাৰ খং হেন জানি দুই চাৰি দিন অন্তবে, সেক কমলে বলে সেৱা কৰিম। এই কথা শুনি মহাৰাজা তাক তুলি বিদায় তাত পাছে আঘোত লেচাঙ্গত পাট পাতিলে; নেওগৰ পুত্ৰ নাতি সকলক মাৰিলে। বৈখে ৰাজা অভিসেক হল। ১৫৮৩। পৌষে কাজ গড়গাঞলৈ গল। মাঘে পূৰ্ব পাট গৃহাৰ কৰি বহিল। ৰাজা হুই নেওগৰ জিকে দুজনা কুঞৰিক মাৰিলে। বড়বড়ুআৰ জিয়েকক পৰ্বতিয়া কুঞৰিৰ বিষয় পীৰা কুৱৰি। দি বড় কুৰি পাতিলে। কুৰি খাজ পাই কিছু গৰ্ব বাটিল হেন মহাৰাজা জানি গৰ্ব চুৰ কৰি, মেচাৰিয়া বড় গোহাঞিৰ ক্সিয়েকক বড় কুৰি পাতিলে। বড়বড়ুয়াৰ জিয়েকক পতিয়া কুঞৰি পাতিলে ১৫৮৪; চৈত্ৰ মাস। তাত দিলে।