পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰ্ণিমা সশাতে মৰিল। ঘোড়াঘাটত হে মজুম খাঁ। মলি বুলি কলেগৈ। পাচে ৰাজা চৈত্ৰে বক্তাক আহিত; নৱবৈচা ফুকনেৰে ৰা কথা পাতি আনে। ফুকনে কথা হব নাজানে। মাজা ষোলে হাঁ গোঁহাই পৰমেশ্বৰ। মানুহ আচোতে জে ইৰে কথা ইও। ভিতয়াল গোহাঞিক, তামদলৈৰ পুতেকক লোৱ দিলে, সোনামুয়াক হাড়ি কৰিলে শগ এড়িবৰ কাৰণে। আৰু যুদ্ধ হাৰি অহা মানুহক পঙিলে; ঘোড়া কোকো লোয়া দিলে; পাছে ঘোড়। কোঞৰে গোচৰ দিলে বোলে বড় শোহা জদি ভৰ দিয়ে আমি কিয় বন এড়িম। ঘোৰা কোৱ॥ পাছে এই কথা মহাৰাজা সুনি আপোন হাতে বড় গোহাঞিক গদিয়াই বন্দি কৰিলে। বড় গোহাঞি খং দেখি আপুনি আগ বাঢ়ি গাদি ললে। আৰু মহাৰাজ লগ এড়া মানুহক খংকৈ কাটিব খোজোতে ৰজাৰ সহুৰে মাতিলে, বোলে মুড়ৰ চুলি দুই এক ডাল পকিলে, তাক কাঢ়িলে সোভা দেখি; সকল যদি পকিল, তাক কাঢ়িলে আপোনাৰ মুড়ত (দুখ) পাবলৈহে আছে। এইকপে মাতিলত খঙ এড়িলে। তাত পাছে লাউডেকা কৌপতিয়া, মাধচৰণ বাহবড়িয়া, চতুভুজ কাকতি, এই সকলত কৰি হস্তি, ৰূপ কিচু দি পঠালে। সিবোবেয়ো গুৱাহাটিত ৰচিত খাক হুজুলে দিলেনি। তাত পাছে পাচ্চা মহাৰাজালৈ জমাজোড়া জুমদাৰ সহিতে এজোৰ বটা দি পঠালে, দোগে স্তমবেগত কৰি। পচে গাভৰুৰ লগত বাহবড়িয়া ভবানন্দ কটকি গেচিল। পাটনাৰ পৰা পাচ্চাৰ দুই উকিলে বোলে তোক বটাৰ লগত স্ক্ৰাব দিছে। এই বুলি ওলোটাই আনিলে; পাছে গুৱাহাটিৰ পৰা শচিত খাঁ পঠালে তেজখাকে চেক কমলকে। সিহতো আহি দেৱৰ গা পালেহি। পাচে বক্তাত জয়জ ৰাজা মুগৰ ৰোগ হৈ স্বৰ্গী হল। সক ১৫৮৫, কাকিত বুধ