পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামৰূপলৈ গল। আছিল। পুৰণি অসম-খুৰী দেৱত খংকৈ গড়গঞ। না ৰজা সংৰক ধড়ফুকন ভাঙ্গি নামনিয়াল বজাসহুৰ মানুহ পালিব পাচিব দিলে; বড়গোহাঞি ভাতি, গিদামুকলি গোহাঞিক বুড়াগোহাঞি পাতি উত্তৰ কোলৰ সেনাপতি হৈ থাকিব দিলে। পাচে গোহাঞি বোৰ প্ৰমুক্ষে যত ফুকন ৰাজখোৱা সকলো ভাগি গল। হাতি ঘোড়া বাক, হিলৈ, আৰু যত আহিলা পাতি সমশুে বঙালে পালে; সক ১৫৮৩। ফাগুন মাস, দিন ১০ | বঙালো লখে পৰ্য্যন্তে আহিল। আহোমেয়ে উলটি জুজোতা নহল; ভাগি দিদিস গল। এতেকে বুঢ়াগোহাঞি, বড়পাত্ৰ গগাহাঞি, মামনিয়াল বজাৰ স, ভিতৰুৱাল মুছলমানৰ লগে গোহাঞি তামদলৈৰ পুতেক এই সকলক গড়গা এতে ছ শুবশ। জঃ জ সিংহ থৈ, মহাৰাজা নামৰূপলৈ যাওতে বকতাত এদিন সেই ৰাত্ৰি বৰিসন বতাহ আনিলে। বাজাএ আইকুঞৰি বোলে দুয়ো দু কৰি বোলে কামৰূপ কাজল সাপে চুলে। তহঁতেও সকলে উশালি, যদি দুই একে হাক দিলি হতে মইনিকি এনে কাম কৰে। এই বচন বাইচাত বুলি, আৰু বোলে ফুকনে মোলৈ জনাই আছিল; বৃছবি দুঠাইত একো চপৰা মাটি দিয়া হলে মোৰ এনে অৱস্থা হয়নিকি। এই বুলি অসন্তোষ কৰি নামৰূপ সোমাল গৈ। তাত পাচে গোহাঞি বোৰে গঢ়ৰ্গাৰ পৰা বাহবড়িয়া কটকি ভেলাই পুতেক, লখন, তামুলি, ভাবিয়াল বামুন, চয়াল পঞ্চক বঙালৰ গালৈ পঠাই দিলে। বো ে'আমি দেৱৰ গাত যি হয় পেচকোচ দিও, সিবোৰে সেই ঠাইতে বহোক। পাছে সিবোৰ গৈ সেৱৰ গাঞত বঙালক এই কথা কত মজুম খাঁ বোলে তত সুখা মানুহ; তহতৰে কি কথা হম। নহয় বা তিনি জমা গোহাঞিৰ। নহয় বা ফুকন খোব এ আহিব; তেহে আমি কথা হয়। এইবুলি ইহতক বিদায় দিলে। অজুম খাঁ।