পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-নী জেম, পাঁচবচৰীয়া বালক আৰু কয় ফুকনৰ মুখ সুকৰৰ সদৃশ কথা চাই। এই বুলি সসেঙ্গে খেদি আহিল। আহিবৰ দেখি, আমাৰ দুই ফুকনে লোকজন সহিতে সোনকোহৰ কোঠ এড়ি, মানহাৰ মুখৰ পঞ্চৰতৰত কিছুমান যুদ্ধ কৰি বহিব নোৱাৰি ভাগি উজাই পা, সবাই ঘাটতো আহোমে মুজুজি চামধৰালৈ আহিল; জতে জি থাকিল তাকো আনিব নোৱাৰিলে। সক ১৫৮৩ সমস্ত লোক যদি চামধৰালৈ ভাগি আহিল, সেইবেলা নেওগৰ পুতেকক সেনাপতি ভাঙ্গিলে; উত্তৰে কোলত চামধত বাৰুকিয়া বড়গোহাঞিক সেনাপতি পাতিলে। দনি কোলে ঘোড়া কোঞৰ প্ৰমুক্ষে বুড়াগোহাঞি, বড়গোহাঞি বড়পাত্ৰ গোহাঞি আনে। বিস্তৰ লোক আছে। সেইবেলা মজুম প। দৰঙ্গিৰ ৰজাব, লোক সহিতে গৈ সবিসতলিত বল। কুক বোৰলে কলে। মই উত্তৰে নাজাওঁ, দখিনে যুদ্ধ দিওক। খাগৰিজাৰত মৰ্গয়াই পাম লেচিল। সিহতত সুধিলে কোন পোনে গঢ় উঠিব পাৰি, সিহতে বলে উদমবিএ গঢ় নাই। সেই পোনে উঠিব পাৰি। পাছে বঙালে দক্ষিণ কোলে যুদ্ধ দিলে। সেইবেলা ৰজাসহুৰ বৰফুকনে, ঘোড়াকোৱৰ কুকনে মানুহ পঠাই উত্তৰ কোলে বঙালক নেদেখি, বড়গোহাঞিলৈ মানুহ খুজি পঠালে; গোহাঞে দিব খুজিলে। লগৰ হাতিমুৰিয়া হাক দিলে; মহাৰাজা দুয়ে পাৰে মানুহ বাটি দিছে। বঙালে ধৰিলে আমি কিৰূপে ৰম। এই সুনি শোহা মানুহ নেদিলে। দক্ষিনে পাঁচ দিন জুজ হল; লাচাম হাৰি প্ৰমুক্ষে চাৰি হাজৰিকিয়া পড়িল। তথাপিতো আহোম জয় নহল; বঙাল গড় উঠিল; তবে ভঙ্গ দেখি নাৱৰ লোকে ভাগিল; বঙাল সল পালেহি। উত্তৰ কোলে জুজ নহল। ভাগি জাওতে পাচ মান মানুহ বালে বেছি ধৰি কাটিলে। আত পাছে মুজৰ বেয়স্থা দেৱতা সুনি,