পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-খুৰঞ্জী চাঙ্গাল মুদৈএ জবাব দি নবাবত কলে, জংঘল ছাড়িলা মুকলি পালহি। গড়গঞৰ পাটত হস্তি, নাৱ, হিলে আনো অনেক বস্তু পাৰা। এইকথা শুনি খেদি আহিল। পাছে কটকিও গৈ এই কথা ফলত ডাঙ্গৰীয়া বোৰে আলচ কৰি ফুৰড়ুয়া কৌপতিয়া, সমাতম কটকি, ক্ষেত্ৰ পুতেক, এই চাৰিক সন্দেস পত্ৰ দি পূৰ্বধানে পঠাই দিলে। গজপুৰত লগ পালেগৈ। ইবোৰে কলত খানখানাই কথা নামানি কলিয়াবৰ, লখো, দেৱৰ গা, গঞ্জপুৰ, চিনাতলি, এই পাচ ঠাইত পাচ উমিক থৈ গড়গাঞলৈ উজাই গল। চয়াল মদৈ ৰচিত খাৰ লগতে ফুৰে; বড়নাও সালিৰ নাও দেখি বড় ৰং কৰিলে। বঙালে নাও নিয়ে বুলি নাও সালত জুই লগালে। জুই লগাবৰ দেখি বঙালে আটাস পাৰি ফুৰে। চাল মুকৈ নাসালিত দেখি এই জুই লগালে বুলি বঙালে ফাহি দি মাৰিলে। পাছে বুড়গোহাঞি, নামনিয়াল ৰাজাৰ সহুৰ এই দুইক মহাৰাজা তিপামৰ পানিফাটত থাকি বঙালক দগা দিব দিলে। গড়গঞ। বজাৰ সহুৰেকক, চেঙধৰা বড়ুয়াক, পুংভাঙ্গত থাকিব দিলে। মহাৰাজাৰ লগত বুঢ়া গোহাঞিৰ পিতৃ বাঁহগড়িয়া গগাহাঞি, নেওগ, আনো দুই এক বড়ুয়োক থাকিব দিলে। পাছে বঙালে চৰগুৰা, চাৰিং, সিলপানি, গড়গ্ৰাম, পৰ্বত, এই পাঁচ ঠাইত পাঁচ উমিক থৈ খানখানা বাকোবাড়িত ৰহিলগৈ। তাৰ পৰা এক উমি বলতমত বহিলগৈ। তাত পাচে বকত মফৌদক উত্তৰে দিলিহ সিমা কৰি বুড়া গোহাঞি বহিল। গড়গঞা ৰজাৰ সৰ বহিল কেন্দুগুড়িত ডাৰিকাৰ শিলিখা তলত হোৱা বুধ। পোনে। পাচে আহোমে বঙালৰ দুই চাৰি লোকক জতে পায় ততে কাটে। তথাপি বঙালৰ ৰক্ষীন মহয়। পাছে সৌড়াগুড়ি পোন তামদলৈৰ পুতেকক ভঙালে। এই দেখি দিহিং জাগ কৰি বুঢ়াগোহাঞি হিল। তিপাম, চিলি, চাৰি সিপানি, পৰ্বত, গড়া, চাওয়া, এই সকলৰ উনি