পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-বুবলী পুঠিয়া এই চাৰি ঠাইত কোঠ দিলে। আহোমে তাৰৰ পৰা মাৰি কাটি পেন্সিলে। তাত গাছে ভাটোকুচিত থানা দি চুনৰি, বেকি, বহিলগৈ। লাইফুজাং ফুলবড়ুয়া খাংলাই চেটিয়া পোখ, জালি আৰু শুঠি। ধৰ্মৰাজা এই সমন্তে কাল পানিত গঢ় দি সমুখে কোঠৰ যুদ্ধ। ৰহিল গৈ, যেন কাণ্ড গুলিএ নাপাই; মিতামত ই থাকে। এই মতে দুমাস গল। তাত পাছে ঢাজা। পৎসাৰ পাইৰ পুতেক ইসলাম খা; ধায়ে পাৎসাত গোচৰ কৰিলে; আবদুল ইসলামে খাইচিল একন। পৎসা চাহেবে খাইচিল একন; যুদ্ধত আহামে ইসলাম ধৰি মিলে। তাৰ প্ৰতিকাৰ কবে কি নকৰে। পাংসা বেলে ভাল মই তাৰ হাৰান। বুটলিম , নিন্দা জাহিনা আলিয়াৰ খাঁ, এই দুই যুদ্ধলৈ পঠালে। সেইবেল। বতন কন্দল, মাধৱ কন্দলি, বিৰিনা এই তিনি কটকিয়ে ফুকনক দায় পবি বেলে তুমি সে গুয়াহাটিতে মাছ পহু মাৰি আছা, বড় নগৰতে আমাৰ লোকজন কাটে, তেঞে। তুমি বাৰ্তা নোপাৱ॥ এই বুলি মহাৰাজাৰ আজ্ঞায়ে দযি ধৰি উজাই গল। তাত পাচে গোচৰ দিলে পিকায়ে দেৱতাৰ কাম কি কৃৰিব। দুই তিৰোতাৰ দন্দ ভাবি নোৱাৰে। আৰু ফুল পিন্ধাইহে থাকে। এই দাইতে পিকচাই চেটিয়া ফুকনক আনি গঢ় কাত লোবা দি থলে। পাচে সৰুচকুৱা বড় গোহাঞিক পূৰ্ণ কথা স্মৰি পাণ্ডুত সেনাপতি পাতি থলে। সেই বেলা সৰুচকুৱ বৰ ফুলবড় ৰাতি গা দি বঙালৰ দুখন গঢ় মাৰিলে। (ইই। আপোৰ গঢ়লৈ উঠি আহিল দুপৰৰ বাট; লাইফুংজাংএ বিশ্বৰ গালি পাৰিলে। ফুল বড় যাক বদলে গঢ় মাৰিলি জে কি এড়ি আহিলি। পাছে ফুফন বক্স উলটি ভঙোৰ গচুতে অসন্তোষ কৈ থাকিলগৈ। পাছ দিনা বঙালে ফুলবআৰু ধৰি নিলে প্ৰথমে। আনোবা নোক জি আছিল তাকে ধৰি নিলে।