পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰিল। আক্ৰমণ। সেইবেল হাজো উচ্ছেদ কৰি বঙালক আহোম ধৰি আনিলে। হাতি পালে নটা, ঘোড়। চাৰি কুৰি, হিলৈ চয়সত, তৰোল দুই সত, পিতলৰ বড় কামায়ন ৯১০। ১৫৫৮ সক। তাত পাচে ফুকনক খঙ্গে, মহানাজাত গোচৰ দিলে। কাঠৰ চালপিড়া, ৰুপৰ পুৰা সোনৰ চিৰি মৰ, আৰু কচি গুটিয়া পোল, মুক্তা আৰু পেৰাৰ ভিতৰ কৰি, কাপৰে ঢাকি মহাৰাজাক লাগি পাস। কিবা দি পঠালে; আমাক নিদানত পৰিবৰ সুনি; মহাৰজা পালে কি নাপালে আমিতো নাজানিলো। আৰু সুৱালকুচিয়া আঠকুৰি ঘৰ তাতিয়ে পৎিসাৰ পাট কাপোৰ বইচিল, তাক ৰাখি দখিন কোলত পাতিলে নি; পিকচাই চেটিয়া জানো মহাৰাজ্যত ঠাই নাই। ধৰিনিয়া নবাববোৰে এই পৰে কলত ফুকনক নিয়াই মুছলমানৰ মধুৰ মহাৰাজা সুধিলে এই বস্তু সকল পোৱ আছে কি নাই। ফুকনে বোলে এই বস্তু ময়ো পোৱা নাই; আনেয়ো পাব সুনা নাই; এই কথাতে ফুকন কটা গল। তাত পাছে পিকচাই চেটিয়াক বডফুকন পাতি থলে; কতো দিন অন্তৰে মধুপুৰত গঢ় দি বহিল হি। তাক সমুখে গৈ ডেকাদুৱাৰ টংচু সন্দিকৈ সোধাত গঢ় দিলে গৈ। বঙালেয়ো খেদি আহি সোধতি তিনি প্ৰহৰ বেলা জুঞ্জিলে; পাছে বঙালে আহোমৰ গট দাবি নোৱাৰি আপুনি ভাগি বাৰে পইতাক গল। সক ১৫৫৯। ধৰ্মৰাজায়ে, খাংলাই চেটিয়ায়ে উত্তমক ভঙালে। উত্তমো পলাই বড় নগৰলৈ গল , তলৈকে দুয়ো খেদি গৈ ঘৰ পুড়িলে। তাৰ ভাৰৰ সকলে। লুটি আনিলে। তাৰ খুড়িয়েকক বা তিতা সহিতে বন্দি কবি আনিলে। পাছে উত্তমে গা দি বিস্তৰ লোকক কাটিলে। আগা মহ্মদ, জেমা, এই দুই আহি ফুৰিত গঢ় দিলেহি। লাইফংজাং ফুলবড়ুয়া, ডেকানুৱাৰা খৰ্মৰাজ সহিতে চুৰিত পঢ় ভঙ্গ হল। বেকি, পোম, খ-ি