পৃষ্ঠা:পাঠ-মালা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা 1 দেশাধিকাৰসকলক বুজাবলৈও যত্নৱান হৈছিল আৰু সেই বিষয়ে ইংৰাজী ভাষাৰে এখন পুথি লিখিও প্ৰচাৰিত কৰিছিল । তেওঁৰ যত্নত অসমীয়া ভাষাৰ বহুত উন্নতি হল, আৰু এতিয়া যে সি আদৰ পাইছে, আৰু ৰাজকাৰ্য্যত—চলিছে সিও পাকলাগি তেওঁৰ পশ্ৰিমৰ ফল মথোন। ৮৪ ১০ পাঠ। আনন্দৰাম ফুকন (সমাপ্ত ) (Anandaram Dhekial Phukan (concluded.) মানন্দৰাম ফুকন প্ৰথমতে খাতা-পৰগণাৰ চৌধাৰী নিযুক্ত হয়, আৰু সেই কালৰ অন্যান্য চৌধাৰীবিলাকৰ দৰে প্ৰজাৰ ওপৰত উপদ্ৰৱ নকৰাকৈয়ে সুন্দৰৰূপে কাৰ্য্য কৰে ৷ তাৰ পাচত তেওঁ নলবাৰীৰ মুনচুকৰ একটিং নিযুক্ত হৈ সেই কাৰ্য্যতো বিলক্ষণ যশ্যা আর্জিলে, আৰু ভবিষ্যৎ উন্নতিৰ বাট মুকলি কৰিলে ৷ ইয়াৰ কিছুদিনৰ পিচত তেওেঁ বজিনীৰ ৰজাব দেৱান হৈছিল। তেতিয়া বেজিনী-ৰাজ্যৰ অৱস্থা বৰ বেয়৷ হৈছিল, আৰু বহুত ধাৰ লাগি ৰজাও কষ্টত পৰিছিল। কিন্তু ফুকন দেৱান হৈ হুনিয়মেৰে কাৰ্য্য কৰাত ৰজাৰ অৱস্থা আগতকৈ বহুত ভাল হল। ইং ১৮৫০ শকত এচিষ্টেণ্ট কমিশ্যনৰ নিযুক্ত হৈ শুঁকত নিগাজীৰূপে সেই পদ পায়। ভাগ তেওঁ নগাৱঁতে গত কৰে, আনন্দৰাম ফুকন একটিং চব- নগাৱঁলৈ যায় আৰু ইং ১৮৮২ এইপদত থকা কালৰ সৰহ আৰু তাতে ১৭৮১ শকৰ