পৃষ্ঠা:পাঠ-মালা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

i পাঠ-মাল৷ ৷ . চৰাই বৰকৈ উৰিব নোৱাৰে ; কিন্তু · গছৰ ই ডালৰপৰ৷ সি ডাললৈ বগাই বহুত ওখলৈ উঠে, আৰু তাৰপৰা সি ভেৰীৰ নিচিন৷ উচ্চ আৰু চোকা শব্দ কৰে। সি জাৰকালি কদাচিত হে মাতে, কিন্তু বাৰিষা মেঘৰ গজনি শুনিলে মনে মনে থাকিব নোৱাৰে৷ ১০ পাঠ । বৰটোকোল| ( The stork. ) এই নামেৰে এবিধ চৰাই আমাৰ দেশৰ সকলো মানুহে দেখিছে। সি বৰ ডাঙ্গৰ, চাৰি হাত মান ওখ, আৰু তাৰ – মূৰটোটকলা ; এই কাৰণেই তাৰ সেই নম হৈছে। ডিঙ্গিৰ আগফালে এটা ছালৰ ডাঙ্গৰ মোনা থাকে, তাৰ নাম | টোটোলা ৷ তাতে সি তাৰ আহাৰ হুমাই থয় । এই চৰাই শুৱনি নহয় আৰু মলিন, কিন্তু মানুহৰ বৰ উপকাৰী ; কাৰণ সি সাপ আদি অপকাৰী জন্তুবিলাক খাই নষ্ট কৰে ৷ সি শৱে৷ খায়, আৰু হাড়বিলাক ডোখৰে-ডোখৰে গিলে । সৰু চাৰিঠেঙ্গীয়া জন্তু আৰু চৰাই-আদিও তাৰ ভক্ষ্য, আৰু চাৰিজন মানুহক যিমান মাছে জোৰে, এটা বব-টোকোলাই সিমানতকৈও অধিক খাব পাৰে । 1 কোনো এক সময়ত এটা বৰটোকোলা মাৰি কাটোতে তাৰ টোটোলাত দহ আঙ্গুল-মান দীঘল এটা দুৰাকাছ আৰু এটা ডাঙ্গৰ মেকুৰী পোৱা গৈছিল । এইবিধ চৰাইয়ে মানুহলৈ