পৃষ্ঠা:পাঠ-মালা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ তাঙ্গৰণ ৷ “পাঠমালা” আসামৰ হাইস্কুলবিলাকৰ উচ্চ শ্ৰেণীৰ পাঠ্য নিৰ্দ্ৰ্দেশ হোৱ৷ গতিকে ছাত্ৰবিলাকৰ সহায়তাৰ অৰ্থে এইবাৰ বিষয়বিলাকৰ ওপৰত তাৰ ইংৰাজী লিখি দিয়া গল । শিৱসাগৰ ১লা মাঘ, ১৮৩১ নৱম আৰু দ্বাদশ এই পুথিৰ ছাপা-ভুলবিলাক ছপোৱ৷ হল৷ ইতি শিৱসাগৰ ৮ আঘোণ, ১৮৫৭ শ্রীতুলসীৰাম বৰুৱ৷ প্ৰকাশক । তাঙ্গৰণ ৷ সংশোধন কৰি পুনঃ শ্ৰীআনন্দৰাম বৰুৱা প্ৰকাশক ।