পৃষ্ঠা:পাঠ-মালা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্দশ তাঙৰণ ‘পাঠমালা’ কিতাপখনি আমোদজনক গল্পৰ আকাৰেৰে ল'ৰা- ছোৱালীৰ উপযোগী সকলো ৰকমৰ নীতিমূলক জ্ঞান আহৰণৰ সুলভ সমল ৰূপে বহুদিনীয়া অভাৱ পূৰণ কৰিবলৈকে আটকধুনীয়াকৈ পুনৰ ছপাই উলিয়ালোঁ। ইতি ১০৷১৷৮৬ দেবানন্দ বৰুৱা সম্পাদক আৰু প্ৰকাশক