পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চণ্ডিকাখ্যান। ৪১ মহাহনু উগ্র মুখ । উগ্ৰ বীৰ্য অৰক। পঠাইলন্ত যমযৰে । দুর্গা দেবী ত্রিশূলেৰে । খড়গহানি বিড়াল। পেলাইলা ভূমিত শিৰ। শৰ ছোটে চণ্ডিকাৰ । দুৰ্দ্ধৰ দুম্মখাৰ। ক্ষণিকতে তেজি প্রাণ। যমালয়ে পাইল। স্থান। শুনা সভাসদ জন। পবিত্র চণ্ডিকাখ্যান। দুবন্ত দানব গণ। বাৰহাতে ত্যজি প্রাণ। দয়াময়ী ভগবতী। ভক্তগণে দয়া আতি! দেবতাক দয়া কৰি। বিনাশিলা দেব অৰি। পাদপদ্মে শ্রীদুর্গাৰ । কৰা সবে নমস্কাৰ । পর্ণ হৈব মনস্কাম। লােৱা মুখে দুর্গানাম । চৰণৰ তলে, তোমাৰ অসুৰ, পাইনা বাঞ্চিত ঠাই। ভুলৰি। এহিৰূপে বীৰ, দেখি নিজ সৈন্য ক্ষয়। মহিষ অসুৰে,