পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮ চণ্ডিকাখ্যান। শত্রুগণ ক্ষয় পুত্র পৌত্র সহ দুঃস্বপ্ন দর্শনে উগ্ৰগ্রহ পীড়া মোৰ উপাখ্যান উপসর্গ যত ভূতাদি সম্ভব কৰে নিবাৰণ অন্যোন্য বিবাদ কৰয় ভঞ্জন দুৰ্বও সবাৰ ভূত পিশাচক আমাৰ আখ্যান কৰােহেঁ৷ সন্নিধি গন্ধ পুষ্প ধূপ অভিষেক হােম আৰু নানা ভােগ্য দিয়া মােককৰে কৰি বৰিষেক কৰন্ত যাদৃশ বংশৰ উন্নতি আনন্দত গতি। শান্তিক কর্মত জনিত ব্যাধিত। কৰিব শ্রবণ হৈবে উপশম। পীড়া বালক আখ্যানে আমাৰ হৈলে উপস্থিত আমাৰ চৰিত ; কৰে বল হীন কন্ত নাশন। কৰে যদি পাঠ নিশ্চয়ে তাহাত দীপ বলি দান ব্রাহ্মণ ভোেজন। ৰতন কাঞ্চন প্রত্যহ পূজন। ইমতে অর্চন প্রতি উৎপাদন