সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চণ্ডিকাখ্যান। ১২৭ কৰিব পঠন কৰিব শ্রবণ। যদ্বা অপণ্ডিত পূৰ্ব্বক কৰন্ত। সাদৰে গ্ৰহণ বাঞ্চিত পূৰণ। শৰত কালত শ্রদ্ধাত কৰন্ত । পবিত্র আখ্যান কৰয় শ্রবণ মােৰ এহিকথা ভক্তিভাবে সবে হৌক পণ্ডিত মােবােৰ আখ্যান পূজা বলিহােম কৰি কৰােতাৰ যেই জনে মােৰ বার্ষিক অচ্চন তাত যদি মােৰ ভক্তি ভাবে নৰে সমস্ত বিপত্তি নাহিকে সংশয় হােৱে ধনধান্য আৰু ভাৰ্য্যাপুত্র শুনিলে আমাৰ আৰু অবতাৰ নখাকন্তু তাৰ পাৱে সুখশান্তি যিসবে আমাৰ কৰে সিসবাৰ প্রসাদে আমাৰ দূৰ হয় তাৰ । ঐশ্বৰ্য অপাৰ কৃপাত যে মােৰ ? পবিত্র আখ্যান ৰণে পৰাক্ৰম । হৃদয়ত ভীতি অনেক বিভূতি। চৰিত্ৰ শ্ৰবণ হৈবন্ত কল্যাণ ।