পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদ্মনাভাদ চটি। কত যোৰহাটৰ বালিগাঁও মৌজাত বাড়ী ঘৰ লয়। এই বসতিৰ পৰাই আজিৰ ধৰ্মেশ্বৰ বৰাৰ দুদি দুৰ্গাদেবীক নাম চন্দ্ৰলৈ বিবাহ কৰায়। চিৰদিন বিদেশ ভ্ৰমণ কৰাৰ বাবে এই জনা গোসাইক বিদেশী গোসইও বুলিছিল। চন্দ্ৰশেখৰ গোসাই যদৃচ্ছ। ভিতে সন্তষ্ট, আত্মাভিমানৰ লেশ নই আৰু সততে ধ্যান মগ্ন। শেখৰ গোস্বামী যোৰহাটত বসতি কলিত বটুকৃষ্ণ গোসাইৰ শিষ্য সকলে তেওঁকে গু* স্বীকাৰ কৰিলে চিৰদিন দেশে বিদেশে ভ্ৰমণ কৰাত সম্পত্তি বুলিবলৈ একো নাছিলে। চন্দ্ৰশেখৰ গোস্বামী ১৭৮৬ শত ৮৫ বছৰ বয়সত মানবদেহ পৰিহাৰ কৰি অনন্ত ধামত লীন হয়। চন্দ্ৰশেখৰ গে স্বামী এক মাত্ৰ পুত্ৰ ৰামচন্দ্ৰ গে’স্বামী, ৰামচন্দ্ৰ পুত্ৰ ঐকান্তি চন্দ্ৰ। কীৰ্তিচন্দ্ৰ শ্ৰীকালীচন্দ্ৰ আদি তিনি জন। ধৰ্ম্মেশ্বৰ গোস্বামীৰ চতুৰ্থ পুত্ৰ গৌৰীনাথ, গৌৰীনাথ গোস্বামী মহা ভাগ্যবান পুৰুষ। যি জণে পূত্ৰ পৌত্ৰ দুহিতৃ দৌহিত্ৰ দ্বাৰা বেষ্টিত হৈ পৰম সুখে ১১৩ বছৰ দীৰ্ঘক্ষন লাভ কৰি কাল নিলে গৌৰীনাথ গোস্বামী বাক্যসন্ধ পুৰুষ আছিলে। গৌৰী- নাথ গোস্বামী মাজালিৰ পৰা আহি দেবগ্ৰামত বসত কৰে। গৌৰীনাথ গোস্বামীয়ে মজলিৰ বাৰ গঞা প্ৰাণনাথ মহন্তৰ দু মন্দোদৰীক বিবাহ কৰায়।