পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- পদ্মনাভাাদ চাৰত। হৈ দেশপৰ্যটন কৰে। পদ্মনাভ। চতুৰ্থ পুত্ৰ হৰিহৰ, তৎ পুত্ৰ বটুকুষ্ণ, তৎ পুত্ৰ কালীকৃষ্ণ। কালী কৃষ্ণতে হৰিহৰৰ শেষ। পানাভৰ, পঞ্চম বা কনিষ্ঠপুত্ৰ ধৰ্মেশ্বৰ, ধৰ্ম্মেশ্বৰ পদ্মনাভৰ অতি মৰমৰ পুত্ৰ, এওঁক দৰ্শণ পঢ়িবৰ কাৰণ নবদ্বীপলৈ পঠাইছিল। ধৰ্ম্মেশ্বৰে নবদ্বীপত তিনিবছৰ পঢ়োতেই গ্ৰহণীৰোগত আক্ৰান্ত হয়। প্ৰিয়পুত্ৰৰ এই দুঃসম্বাদ পাই পদ্মনাভ নবদ্বীপলৈ যায়। ধৰ্মেশ্বৰে। কথমপি গ্ৰহণীৰোগৰ পৰা আৰোগ হয়। পাচত ধৰ্ম্মে- শৰক লগত লৈ পদ্মনাতে কাশীধামলৈ যায়, তাতে হঠাৎ গ্ৰহণ হৈ পদ্মনাভে শিবত্ব লাভ কৰে। ধৰ্ম্মেশ্বৰে পিতৃ দেবক কাশীৰ ব্ৰহ্ম ন'লাত দাহ কৰি দাহৰশষ্ট গঙ্গাত ক্ষেপন কৰে। মহাপুৰুষৰ পবিত্ৰ আত্মা অনন্ত ধামত লীন হয়। ধৰ্ম্মেৰ্শৰে কাশীতে দশাহ কৃত শেষ কৰি উজাই আহি গয়াত প্ৰেত পিণ্ড দি ঘৰ পায়হি। ধৰ্ম্মেশ্বৰ গোসৰে কাশীৰ পৰা এজনা আঠ মুনিহা স্বয়ম্ভ, শিবলিঙ্গ অনি- ছিল। সেই শিবলিঙ্গ প্ৰথম মাজালিত ৰাখে,তাৰ পাচত যোৰহ'টৰ দিচৈ ত থ। বটুকৃষ্ণ গোসাইৰ তত্বাবধানত থাকে : সেই জন' শিবৰ নাম বিশ্বনাথ, তেওঁৰ নামে ৰভে শ্বৰ ৰজাই পৃৎকে দেশীয় কৰাই দিয়ে