পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদ্মনাভাদি চলিত। বগ ঠল।। আৰু পৰ্বতীয়া বা নাতী গোসই সহিত কোনো সময়ত ৰাজসভাত বহিব লগা হলে পৰস্পৰে নেদেখাকৈ মাজত ঢাকনি থাকে। নগোসই নাতী গোসাইৰ শিষ্য বাবেই এই নিয়ম। গৌৰীসিংহ ৰজাও নগোসাইৰে শিষ্য। পঞ্চম পৰিছেদ। পদ্মনাভ গোস্বামীৰ প্ৰথমপুত্ৰ বীৰেশ্বৰ অপৰনাম ঋষি গোসাই তৎ পুত্ৰ ৰুদ্ৰেশ্ব, তৎ পুত্ৰ হৰ গোবিন্দ। হগোবিন্দৰ পুত্ৰ চাৰিজন, ১ম শিগগাবিন্দ, ২য় গঙ্গা- গোবিন্দ, ৩য় ৰাম গোবিন্দ, ৪ৰ্থ, ৰন্দ্ৰ গোবিন্দ। শিবগবিন্দ আৰু গঙ্গাগোবিন্দৰ দৌহিত্ৰ সন্তান আছে। ৰামুগোবিন্দ অবিবাহিত অবস্থা তে মৃত্যু হয়। ৰুদ্ৰগোবি- দই সন্ন্যাস অবম্বন কৰে। ঋষ গোসই ৰা গৰ- গঞা গোসাঁইৰ ইমানতে সন্ততি উচ্ছেদ হয়। পদ্মনাভৰ দ্বিতীয় পুত্ৰ ধীৰেশ্বৰ, তৎ পুত্ৰ এবাম, তৎ পুত্ৰ আত্মাৰাম, তৎ পুত্ৰ কামোদৰ। দামোক সাধাৰণে বলিয়া গোসাই বোলে। দামোদৰ ধীৰেণৰ সন্ততিৰ শেষ হয়। পদ্মনাভৰ তৃতীয় পুত্ৰ ৰাখে, ও পুত্ৰ ৰাম ৰুদ্ৰ ৰাম ৰুদ্ৰই ষোল বছৰহে সমাসী