পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদ্মনাভ দ চত। আৰু ভৰা মৰা খাটত ২৪ পুৰা মাটী দেবোত্তৰ কৰি দিয়ে। এতিয়া সেই বিশ্বনাথ শিৰ ভেগাৰ শ্ৰীযুত কৃষ্ণ চন্দ্ৰ গোস্বামীৰ চণ্ডীপ আছে। | খৰ্গেশ্বৰ গোস্বামী পিতৃ দৰেই শাস্ত্ৰজ্ঞ আৰু শিল্প পুৰুষ। যশ্যে গে স্বামীয়ে ৰ'পকটাৰ সিদ্ধনাথ মহন্তৰ দুহিতৃ অদিতি দেৰীক বিবাহ কৰায়। ধৰ্মে পুত্ৰ ১ম নৃসিংহ, ২য় বাসুদেব, ৩য় নাৰায়ণ, ৪ৰ্থ গৌৰীনাথ ৫ম মথুৰা নাথ, প্ৰথম আৰু দ্বিতীয় দুইজন নিঃসন্তান। তৃতীয় নাৰায়ণে শিবাচাৰ্য্যৰ দুহিতৃ সাবিত্ৰী দেৰীক বিবাহ কৰায়। নাৰায়ণৰ দুই কন্যা এক পুত্ৰ। পুত্ৰৰ ২৩ বছৰতে নাৰায়ণ গোসাই গুৱাহাটীত পলো হয়। এই জনা গে’সায়ে নাৰায়ণীৰ বিয়ে গতে ইচ্ছ মতে প্ৰাণ ত্যাগ কৰে। | প্ৰণত্যাগৰ কাৰণ এই মৰণৰ বিদ্ৰোহত গৌৰী নাথ সিংহ ৰজ। সপৰিবাৰে গুৱাৰীলৈ যায়। নাৰায়ণ গোস মো দুই ভ্ৰাতৃ। সহিত সপৰি বাৰে ৰজাৰ অশ্ৰ- যুতে গুৱ হাটতে থাকে। সেই সময়তে শাৰদীয় দুৰ্গা পূজা হয়। ৰজাৰত আৰু গোসাইৰ ঘৰ দুৰ্গা প্ৰম মজা হয়; চতুৰীৰ দিনা ৰ'ৰ প্ৰতিমা জাকফুৰ গৰুয়ে ভাঙ্গে। ৰাৰ প্ৰতিমা নষ্ট হোৱাত ৰজাৰ এন খটণীয়াৰৰ খাটনি মতে ৰজাই গেসই দশা প্ৰতিমা পাগৰ দিনা ৰলেৰে নিই পুৰ কৰে। নাৰী