পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশ্বাস ঘাটকত। ইত্যাদি চিন্তাত হৰদত্ত একেবাৰে আলোড়িত হৈ আছে, আৰু বীৰ দত্তই ককায়েকৰ ওচৰতে বহি ককায়েকক চিন্তা নকৰিবলৈ বুজাইছে । তেওঁ লগৰীয়া অন অন লােকসকলৰ ভিতৰত ফেলো- জন শুই উঠিছে, কোনো উঠা নাই । কুষ্মীয়ে পান। এক লহ অ!পুনি কঢ়িয়াই অানি সখীকে পদুমক গা ধুৱাবৰ উপায় #ৰিছে, এনে সময়ত বহুত দূৰত যেন কিবা এটা শব্দ হৈছে, হৰদত্তৰ এনে বোধ হল । অলপমান বেলি অাছে, শব্দটো অলপ স্পষ্টকৈ তেওঁৰ কাণত পৰিবলৈ ধৰিলে | সেই কিহৰ শক এই কথা বাদই সৈতে কোৱাকুই কৰি অনুমান কৰি থাকোতেই লাহে লাহে সেই বটে। ৪েবিলাকৰ ফালে অহা যেন গলে । আৰু অলপমানৰ পিছত সেই ককটে। ঘোৰ বৰ শব্দ যে লাগিল । ওঁবিলা ক সচকিত হল । ভাবিলে কোনোবাই তেওঁবিলাকক আক্রমণ কৰিবলৈ আহিছে। কিন্তু তেওঁবিল’ক বীৰ পুরুষ ; দুখ-শােকত হেজাৰ জুৰুলা হওক প্রকৃত বীৰত্বৰ সেই তেজটোপা কেতিয়াও তেওঁবিলাকৰ হিয়াৰ পৰা নেয় । তৎক্ষণাৎ দুৱো ফাকৰ তিৰবিৰাই থকা তোকা তৰোৱাল দুখন উলিয়াই সাজু হল। কিন্তু হঠাৎ এই শাতীত বিপদৰ আশঙ্কা দেখি, হৰদত্তই বুকত বাহ্মি, বিশ্বাস কৰি, লগত লৈ ফুৰোৱা তেওঁৰ যন্ত্ৰী আৰু নগৰীয়া - সকল ভৰ-নবা ছিঙি হাবিৰ মাজলৈ ওলাই পং দিলে । কুক্ষ্মীসে মক লৰালৰিকৈ গৰৰ ভিৰৰ সুমাইলি সাবট মাৰি ধৰিলে । এইখিনিতে আমি অলপ আগৰ ৰা কথাতো ববে।। বৰফুকনৰ ৰণৰ দুটাই ৰঘু ক, ধৰি নি বুমু নখ অগভ দিলত শুধু এই ইমান অন হল, ঐ + অ কৈ অতাব নোৰি । যাক বিচাৰি ৰব!ড়ী, অৰু নগৰ এৰি অাজি অতদিন তেওঁ হাবি’; হাবিরে খাল খাই ফুৰিছে, তাক হাততে পাবৰ উপায় হােৱা দেখি বৃঙ্গে তেওঁৰ হিয়া চদি বাব ধৰিলে। যি হৰদত্ত কঁাইট ক উ এলিব নােৱ:-